ৰাজনৈতিক তত্ত্বৰ সমালোচনাত্মক আৰু সমসাময়িক দৃষ্টিভঙ্গী | Chapter 1 (d) | Contemporary perspectives in Political Theory | B.A 1st Sem Political Science Notes and Suggestion | Assamese medium | Question and Answer Assam | Guwahati University Political Science Note| B.A 1st Sem Political Science Free Question Answer প্ৰথম ষান্মাসিকৰ ৰাজনৈতিক তত্ত্বৰ সমালোচনাত্মক আৰু সমসাময়িক দৃষ্টিভঙ্গী নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰ।

Chapter-1 (C)

ৰাজনৈতিক তত্ত্বৰ সমালোচনাত্মক আৰু সমসাময়িক দৃষ্টিভঙ্গী

Contemporary perspectives in Political Theory

☆প্ৰশ্নাৱলী (Questions)

  ১. নাৰীবাদ কি? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি?

What is Feminism? What are its features?

২. ‘A Vindication of the Rights of Woman’ গ্ৰন্থৰ  লিখক কোন?

Who was the author of the book ‘A Vindication of the Rights of Woman?

৩. নাৰীবাদ কেতিয়া আৰম্ভ হৈছিল?

When did Feminism started?

৪. “The Origin of the Family, Private Property and the State’ গ্ৰন্থৰ লিখক কোন?

Who is the author of the book ‘The Origin of the Family, Private Property and the State’? 

৫. চৰম বা উগ্ৰ নাৰীবাদী চিন্তাবিদ এগৰাকীৰ নাম লিখা।

Write down the name of a redical feminist thinker.

৬. “Understanding Gender” নামৰ গ্ৰন্থখনৰ লিখক কোন?

Who is the author of the book “Understanding Gender”?

৭. যিকোনো দুটা লিংগ পৃথকীকৰণ ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰা।

Mention any two areas of gender exclusion.

৮. লিংগ বুলিলে কি বুজা?

What do you mean by gender?

৯. লিংগ সামাজিকীকৰণ বুলিলে কি বুজা?

What do you mean by gender socialisation?

১০. যিকোনো দুগৰাকী উদাৰতাবাদী নাৰীবাদী চিন্তাবিদৰ উল্লেখ কৰা।

Mention any two thinkers of liberal feminism.

১১. Who wrote the book “The Feminine Mystic”?

‘The Feminine Mystic’ গ্ৰন্থখন কোনে লিখিছিল?

১২. ‘The Personal is Political’ শ্লোগানটো নাৰীবাদৰ কোনটো ধাৰাৰ লগত জড়িত?

In which wave of feminism slogan ‘The Personal in Political’ is related?

১৩. লিংগ পৃথকীকৰণ বুলিলে কি বুজা?

What do you mean by gender exclusion?

১৪. লিংগৰ ধাৰণাটো কেনেদৰে গঠন হয় ব্যাখ্যা কৰা?

Explain how the concept of gender is constructed?

১৫. লিংগ পৃথকীকৰণ বুলিলে কি বুজা? লিংগ পৃথকীকৰণৰ বিভিন্ন ক্ষেত্ৰসমূহ আলোচনা কৰা।

What do you mean by gender exclusion. Discuss different areas of gender exclusion.

১৬. মাৰ্ক্সবাদী আৰু সমাজবাদী নাৰীবাদৰ মাজত পাৰ্থক্যসমূহ কি কি?

What are the differences between Marxist and Socialist Feminism?

১৭. নাৰীবাদৰ সংজ্ঞা দিয়া। নাৰীবাদৰ বিভিন্ন ধাৰাসমূহ আলোচনা কৰা।

Define Feminism. Discuss different waves of Feminism.

১৮. উদাৰতাবাদী নাৰীবাদৰ এটি সমালোচনামূলক টোকা লিখা।

Write a critical note on Liberal Feminism.

১৯. মাৰ্ক্সবাদী নাৰীবাদৰ সমালোচনা সহকাৰে বৰ্ণনা কৰা।

Explain critically the Marxian Feminism.

উত্তৰ আধুনিকতাবাদ বা আধুনিকোত্তৰবাদ

Post-Modernism

প্ৰশ্নাৱলী( Questions) 

১. আধুনিকোত্তৰবাদৰ উৎপত্তি ক’ত হৈছিল?

Where did Post-modernism orginate?

২. Who wrote the book “The Post-Modern Condition: A Report On Khowledge”?

“The Post-Modern Condition: A Report on Knowledge” নামৰ কিতাপখন কোনে লিখিছিল?

৩. আধুনিকোত্তৰবাদৰ দুগৰাকী সমৰ্থনকাৰীৰ নাম লিখা।

Name any two supporters of Post-modernism.

৪. আধুনিকোত্তৰবাদৰ বৈশিষ্ট্যবোৰ কি কি?

What are the features of Post-modernism?

৫. আধুনিকোত্তৰবাদৰ মূল ধাৰণাটো কি?

What is the central theme of Post-modernism?

৬. আধুনিকোত্তৰবাদ কি?আধুনিকোত্তৰবাদী ৰাজনৈতিক তত্ত্বটো সমালোচনা সহকাৰে আলোচনা কৰা।

What is Post-modernism? Discuss critically the Post-modern political theory.

৭. আধুনিকতা আৰু উত্তৰ আধুনিকতাৰ পাৰ্থক্য নিৰ্ণয় কৰা।

Differentiate between modernity and post-modernity.

Parishmita Hazarika