ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ দৃষ্টিভংগীৰসমূহঃ অৰ্থ আৰু প্ৰকৃতি | Chapter 3 | অধ্যায় ৩ | Approaches to Political Theory: Meaning and Nature | Unit 1 | B.A First Semester Political Science Question Answer Assamese Medium | B.A First Semester Political Science Solution | 1st Political Science Suggestion | B.A First Semester Political Science Free Question Answer Notes | ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ দৃষ্টিভংগীৰসমূহঃ অৰ্থ আৰু প্ৰকৃতি পাঠটোৰ প্ৰশ্ন উত্তৰ | ড° কৃপেশ চন্দ্ৰ পাল | অধ্যাপক প্ৰতুল চন্দ্ৰ নায়ক | ড° ৰাতুল চন্দ্ৰ কলিতা | ড°গৌতম চন্দ্ৰ ৰয় |

Chapter-3 

ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ দৃষ্টিভংগীৰসমূহঃ অৰ্থ আৰু প্ৰকৃতি | 

1. পৰম্পৰাগত দৃষ্টিভংগীৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

Mention two features of Traditional Approach. 

2. “Normative’ শব্দটো কোন ভাষাৰ পৰা আহিছে? 

From which language the word Normative ‘ has been derived? 

3. আদর্শবাদী দৃষ্টিভংগীৰ দুজন সমর্থকৰ নাম লিখা? Name two supportors of Normative Approach? 

4. ঐতিহ্যগত দৃষ্টিভংগীৰ দুজন প্ৰৱক্তাৰ নাম উল্লেখ কৰা।

 Name two supporter of Historical Approach?

5. “The Utopia”

 গ্রন্থৰ লেখক কোন? 

Who is author of the book” The Utopia”. 

6. অভিজ্ঞতাবাদী দৃষ্টিভংগীৰ দুজন প্ৰৱক্তাৰ নাম লিখা।

 Name two supporters of Empirical Approach. 

7. কোনজন চিন্তাবিদক আচৰণবাদৰ পিতৃ বুলি কোৱা হয়। 

Who is regarded as father of Behaviouralism. 

8. উত্তৰ – আচৰণবাদৰ যিকোনাে এটা বৈশিষ্ট্য উল্লেখ কৰা। 

Mention any one feature of post – behaviouralism.

 9. আচৰণবাদ ৰাজনীতি বিজ্ঞানৰ ভিতৰতে গঢ়ি উঠা এটা প্রতিবাদী আন্দোলন।”- কোনে কৈছিল? 

 Behaviouralism is a protest movement within Political Science.”-who said this?

10. বিশ্বাসৰ প্ৰাসংগিকতা ” ধাৰণাৰ প্ৰৱক্তা কোন? 

Who developed the concept of ” Credo of Relevance ” ৷

 11. ব্যৱস্থাপক তত্বৰ মূল প্রবক্তা কোন? 

Whi is the chief exponent of system theory. 

12 গঠন আৰু কার্যবিষয়ক দৃষ্টিভংগীৰ মূল প্রবক্ত কোন? 

Who is the main exponent of structural functional approach 

13.  আদশাত্মক দৃষ্টিভংগীৰ বিষয়ে চমুকৈ আলােচনা কৰা।

 Discuss briefly about the Normative approach of Political The. 

14. ঐতিহাসিক দৃষ্টিভংগীৰ বিষয়ে চমুকৈ আলােচনা কৰা। 

Discuss briefly about the historical approach to Political Theory

 15. অভিজ্ঞতাবাদী দৃষ্টিভংগী কি? ইয়াৰ উদ্দেশ্য আৰু ৰাজনৈতিক তত্ত্বলৈ অবাদন আলোচনা কৰা।

 What is empirical approach. Discuss briefly about the bjectives and com Theory. 

16 আদর্শনিষ্ঠ দৃষ্টিভংগী আৰু অভিজ্ঞতাবাদী দৃষ্টিভংগীৰ মাজত পার্থক্যসমূহ আলােচনা কৰা।

 Discuss the major differences between the Normative Approach and Empirical Approach.

17. আচৰণবাদ কি? আচৰণবাদৰ মূল উপাদানসমূহ কি কি? 

What is behaviouralism? What are its basic elements?

18. আচৰণৰাম কি? ইয়াৰ বৌদ্ধিক আধাৰশিলাসমূহ চমুকৈ আলােচনা কৰা। 

What is Behaviouralism. Discuss briefly about the intellectual foundation stone of Behaviouralism as propounded by David Easton.

19. আচৰণবাদৰ আবিৰ্ভাৱত প্রভাব পেলােৱাৰ কাৰণবােৰ আলােচনা কৰা। 

Discuss briefly about the factors contributing to the growth of Behaviouralism.  

20. আহৰণবাদোত্তৰবাদ কি? এই সম্পর্কে চমুকৈ আলােচনা কৰা। What is Post Behaviouralism. Discuss briefly.

21. গনি আৰু কার্য বিষয় দৃষ্টিভংগী হিচাপে ইয়াৰ মূল্যায়ন কৰা। Evaluate the contribution of structural functional approach to political theory. 

+Nayan Jyoti Bordoloi