১২৪। কাৰক ব্যাকৰণৰ ভিত্তি উপাদানৰ অঙ্গ দুটা কি কি ?

উত্তৰঃ কাৰক ব্যাকৰণভিত্তি উপাদানৰ অঙ্গ দুটা হৈছে প্ৰস্থাপন বিষয়ক আৰু ধৰণ বিষয়ক।