১.ষষ্ঠ শতিকাত ৰচিত কোন।

উওৰ =ষষ্ঠ শতিকাত ৰচিত হল দশকুমাৰ চৰিতত ।

২.এিকাণ্ড লিখক কোন ।

উওৰ = এিকাণ্ড লিখক নাম হল = পুৰষোওম ।

৩. সপ্তম শতিকাত ৰাজনৈতিক সমল বিধ নাম কি।

উওৰ = সপ্তম শতিকাত ৰাজনৈতিক বিধ নাম হল- বাণভট ৰটিত হৰ্ষচৰিত ।

৪. গুপ্তযুগত ৰচনা কৰা এখন প্ৰসিদ্ধ নাটক নাম লিখা ।

উওৰ = গুপ্তযুগত ৰচনা কৰা এখন প্ৰসিদ্ধ নাটক নাম হল বিপাশা দওৰ মুদ্ৰা ৰাক্ষস ।

৫.পঞ্চম শতিকাত পৰা নৱম শতিকাত ভিতৰত থকা ৰজাজনৰ নাম কি ।

উওৰ = পঞ্চম শতিকাত পৰা নৱম শতিকাত ভিতৰত থকা ৰজাজনৰ নাম হল অবন্তিবৰ্মণৰ ।

৬. অষ্টম শতিকাত গ্ৰম্হ খন নাম কি আছিল।

উওৰ = অষ্টম শতিকাত গ্ৰহন খন নাম হল বাক্পতিৰ গৌড়বাহো আছিল ।

৭. গৌড়বাহোত কণৌজৰ ৰজাক কোনে কোনে হত্যা কৰিছিল।

উওৰ = গৌড়গাহোত কণৌজৰ ৰজাক গৌড় আৰ মগধৰ হত্যা কৰিছিল।

৮.কোন জন ৰজা দিনত কামৰপ আক্ৰমণ বিৱৰণ পোৱা যায় ।

উওৰ = বিল্হান বিক্ৰমাম্কদেৱ চৰিতত বিক্ৰমাদিত্যৰ দ্বাৰা কামৰপ আক্ৰমণ বিৱৰণ পোৱা যায়।

৯. পালবংশত ৰজাৰ কোন আছিল।

উওৰ = পালবংশত ৰজাৰ নাম আছিল হৰ্ষপাল।

১০.ৰাজশেখেৰ ৰচনা কৰা গ্ৰন্হ কেইখনৰ নাম কি আছিল।

উওৰ = ৰাজশেখেৰ ৰচনা কৰা গ্ৰনহ কেইখনৰ নাম হল কৰ্পূৰ মঞ্জৰীত চম্পা ৰাধা আৰ হাৰিকেলৰ আদি ।

১১. কোনে আৰ কিমান শতিকাত চিন্তামণি ৰচনা কৰিছিল।

উওৰ = ১১ শতিকাত আৰ ক্ষেমেন্দ্ৰই চিন্তামণি ৰচনা কৰিছিল।

১২.তেওঁ গ্ৰন্হ কি কি নাম উল্লেখ আছিল।

উওৰ = তেওঁ গ্ৰন্হ উল্লেখ কৰা নামকেইটা হল দেৱীকূট, উষাবণ,কোটিবৰ্ষ আৰ শোণিপুৰৰ আদি।

১৩.সোমদেৱে কি ৰচনা কৰিছিল।

উওৰ = সোমদেৱে বিখ্যাত কথাসৰিত সাগৰ ৰচনা কৰিছিল।

১৪. অসমৰ ধম আৰ সংস্কৃতিৰ সন্ধান দিব পৰা এখন গ্ৰন্হ নাম লিখা ।

উওৰ = অসমৰ ধম আৰ সংস্কৃতি সন্ধান দিব পৰা এখন গ্ৰন্হ নাম হল কলহন আৰ ৰাজতৰঈিনী ।

১৫. অসমৰ পুৰাণ সমূহ কি কি আছিল।

উওৰ = অসমৰ পুৰাণ সমূহ হল গৰড়, মাৰ্কণ্ডেয় ,নাৰদীয়, ব্ৰক্ষা , স্কন্দ, অগ্নি ,আৰ বিষু।

১৬. কামৰপৰ কত অৱহিত ।

উওৰ = কামৰপৰ সূৰ্য মন্দিৰৰ অৱহিত।

১৭.অগ্নি পুৰাণত কোন ৰজা কথা বণণা কৰা হৈছে।

উওৰ = অগ্নি পুৰাণত শোণিতপুৰত বাণ ৰজাৰ কথা বণণা কৰা হৈছে।