স্বাধীনোত্বৰ কালত ভাৰতত মাধ্যমিক শিক্ষাৰ বিকাশ (Development of Secondary Education in Post Independence Period) | Unit 2 | Development of Secondary Education in Post Independence Period | B.A 3rd Semester Education 3 Major Question and Answer Assam | Gauhati University TDC B.A 3rd Semester 3 Major Unit 2 Development of Secondary Education in Post Independence Period Question and Answer Assamese Medium | ভাৰতৰ শিক্ষাৰ বিকাশ অধ্যায় ২ স্বাধীনোত্বৰ কালত ভাৰতত মাধ্যমিক শিক্ষাৰ বিকাশ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

অধ্যায় ২ 

স্বাধীনোত্বৰ কালত ভাৰতত মাধ্যমিক শিক্ষাৰ বিকাশ 

(Development of Secondary Education in Post Independence Period)

প্ৰশ্নাৱলী (Questions)

চমু প্ৰশ্ন (Short Questions)

১। তাৰাচান্দ কমিটি কেতিয়া গঠন কৰা হৈছিল ? (In which year Tarachand Committee is constituted ?)

Answer:

২। তাৰাচান্দ কমিটি গঠনৰ কাৰণ সমূহ কি কি ? (What are the cause of constituting Tarachand Committee ?)

Answer:

৩। তাৰাচান্দ কমিটি দুটা পৰামৰ্শ লিখা। (Write two suggestions of Tarachand Committee.)

Answer:

৪। মাধ্যমিক শিক্ষা আয়োগ গঠনৰ প্ৰধান কাৰণ কি আছিল ? (What was the main cause of constituting Secondary Education Commission ?)

Answer:

৫। মাধ্যমিক শিক্ষা আয়োগ (১৯৫২-৫৩) কি পৰিস্থিতত গঠন কৰা হৈছিল ? (Under which cicumstances Secondary Education Commission (1952-53) was constituted ?)

Answer:

৬। মাধ্যমিক শিক্ষা আয়োগ গঠনত বিশেষভাৱে জড়িত শিক্ষাবিদ চাৰিগৰাকীৰ নাম লিখা। (Write four educationists who are closely associated with Secondary Education Commission.)

Answer:

৭। কিমান চনত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল ? (In which year Secondary Education Commission was constituted ?)

Answer:

৮। মাধ্যমিক শিক্ষা আয়োগে কিমান চনত প্ৰতিবেদন দাখিল কৰিছিল ? (In which year Secondary Education Commission had submitted the report ?)

Answer:

৯। মাধ্যমিক শিক্ষা আয়োগৰ (১৯৫২-৫৩) দুটা লক্ষ্যৰ বিষয়ে লিখা। (Write two aims of Secondary Education Commission.)

Answer:

১০। গণতান্ত্ৰিক নাগিৰকত্বৰ বিকাশৰ ওপৰত মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শসমূহ লিখা । (Write the recommendations of Secondary Education Commission on development of Democratic Citizenship.)

Answer:

১১। বৃত্তীয় দক্ষতা বৃদ্ধিৰ বাবে মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শৰ বিষয়ে লিখা। (Write the recommendations of Secondary Education Commission on development of Vocational Citizanship.)

Answer:

১২। মাধ্যমিক শিক্ষা আয়োগে নেতৃত্বদানৰ বাবে শিক্ষা প্ৰদানৰ ওপৰত কৰা মন্তব্য সম্পৰ্কে লিখা। (Write the views of Secondary Education Commission on education.)

Answer:

১৩। মাধ্যমিক শিক্ষা আয়োগৰ দুটা দোষ লিখা। (Write two demerits of Secondary Education Commission.)

Answer:

১৪। নতুন সাংগঠনিক দিশৰ ওপৰত মাধ্যমিক শিক্ষা আয়োগে প্ৰদান কৰা চাৰিটা পৰামৰ্শ লিখা। (Write four suggestions of Secondary Education Commission on new Organizational pattern of education.)

Answer:

১৫। পাঠ্যক্ৰম সম্পৰ্কে মাধ্যমিক শিক্ষা আয়োগে প্ৰদান কৰা দুটা বিসংগতি লিখা। (Write two limitations of criculam given by Secondary Education Commission.)

Answer:

১৬। মাধ্যমিক আয়োগে পাঠ্যক্ৰম প্ৰস্তুতৰ ওপৰত আগবঢ়োৱা চাৰিটা পৰামৰ্শ লিখা। (Write four suggestions of criculam construction.)

Answer:

১৭। মজলীয়া পৰ্য্যায়ৰ বিদ্য়ালয়ৰ পাঠ্যক্ৰম ওপৰত মাধ্যমিক শিক্ষা আয়োগে দিয়া চাৰিটা পৰামৰ্শ লিখা। (Write four suggestions given by Secondary Education Commission on the curriculam of middle school.)

Answer:

১৮। উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্তৰৰ বিদ্যালয় পাঠ্যক্ৰমৰ ওপৰত মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা পৰামৰ্শ দুটা লিখা। (Write two suggestions of Secondary Edcucation Commission on the curriculam of High and Higher Secondary stage.)

Answer:

১৯। পাঠ্যপুথি সম্পৰ্কে মাধ্যমিক শিক্ষা আয়োগৰ মতামত সমূহ লিখা। (Write the view points of Secondary Education Commission on Text-books.)

Answer:

২০। পাঠ্যপুথি সম্পৰ্কে মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা চাৰিটা পৰামৰ্শ লিখা। (Write four suggestions of Secondary Education Commission given on Text-books.)

Answer:

দীঘল প্ৰশ্ন (Long Questions):

১। মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা মাধ্য়মিক শিক্ষাৰ লক্ষ্য় আৰু উদ্দেশ্য়সমূহ আলোচনা কৰা। (Discuss the aims and objectives of Secondary education given by Secondary education Commission.)

Answer:

২। মাধ্যমিক শিক্ষাৰ দোষসমূহ কি কি ? মাধ্যমিক শিক্ষা আয়োগে দোষসমূহ নিৰাময়ৰ বাবে আগবঢ়োৱা পৰামৰ্শসমূহ আলোচনা কৰা। (What are the demirits of secondary education ? Discuss the suggestions of Secondary Education Coomission to overcome the problems.)

Answer:

৩। উচ্চ আৰু উচ্চতৰ মাধ্যমিক পাটঠ্য়ক্ৰম আৰু পাঠ্য়পুথি সম্পৰ্কে মাধ্য়মিক শিক্ষা আয়োগে দিয়া পৰামৰ্শৱলীসমূহ বৰ্ণনা কৰা। (Describe the suggestions given by Secondary Education Commission on High and Higher Secondary Stage and Text books.)

Answer:

৪। মাধ্য়মিক শিক্ষা পদ্ধতিৰ দোষ আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে মাধ্য়মিক শিক্ষা আয়োগে দিয়া পৰামৰ্শসমূহ বৰ্মনা কৰা। (Describe the defects of teaching methods and preventive measures given by Secondary Education Commission.)

Answer:

৫। শিক্ষাদানকাৰী কৰ্মচাৰীসকলৰ উন্নতিকৰণত মাধ্য়মিক শিক্ষা আয়োগৰ পৰামৰ্শসমূহ আলৱোচনা কৰা। (Discuss the suggestions given by Secondary Education Commission on imporvement of the Teaching Personnel.)

Answer:

৬। মাধ্য়মিক শিক্ষা আয়োগে বহুমুখি বিদ্য়ালয়, চৰিত্ৰ গঠনৰ বাবে শিক্ষা আৰু সহ শিক্ষাৰ ওপৰত প্ৰদান কৰা পৰামৰ্শসমূহ আলোচনা কৰা। (Discuss the recommendations of Secondary Education Commission on Multipurpose schools, education for character development and co-education.)  

Answer:

Type by

Hirokjyoti Bora.