স্বাধীনতা আন্দোলন (১৮৮৫-১৯৩০) Freedom Movement (1885-1930) Unit 2 Chapter 3 Question Answer Assamese medium | অধ্যায় ৩ | B.A 2nd Semester Political science Solution | B.A 2nd Semester Political science Suggestion | B.A 2nd Semester Political science Question Answer | B.A 2nd Semester Political science Notes | স্বাধীনতা আন্দোলন (১৮৮৫-১৯৩০) Freedom Movement (1885-1930) পাঠটোৰ প্ৰশ্ন-উত্তৰ

স্বাধীনতা আন্দোলন (১৮৮৫-১৯৩০) Freedom Movement (1885-1930)
প্রশ্নাৱলী 
১। কুৰি শতিকাৰ আগভাগত ভাৰতত সাম্প্রদায়িকতাৰ উৎপত্তিৰ উপাদানসমূহ বিচাৰ কৰা আৰু ইংৰাজৰ “ ভাগ কৰা আৰু শাসন কৰা ” নীতি কৃতকার্য হােৱাৰ বিষয়ে আলােচনা কৰা। Examine the factors responsible for the growth of Communalism in India in the early part of the 20th Century and discuss the events leading to the triumph of the ” Divide and Rule ” Policy of the British.উত্তৰঃ 

২। ভাৰতত সাম্প্রদায়িকতাবাদৰ উত্থানৰ কাৰণবােৰ ব্যাখ্যা কৰা। Explain the causes of the growth of Communalism in India.উত্তৰঃ
৩। ভাৰতত সাম্প্রদায়িকতাবাদৰ উত্থানত ছাৰ চৈয়দ আহমেদৰ ভূমিকা আলােচনা কৰা। Discuss the role of Sir Syed Ahmed in the growth of Communalism in India.উত্তৰঃ 

৪। ভাৰতত সাম্প্রদায়িকতাৰ সৃষ্টিত ইংৰাজৰ ভূমিকা ব্যাখ্যা কৰা। Explain the role of the British in the growth of Communalism in India.উত্তৰঃ 

৫। কি পৰিস্থিতিত মুছলিম লীগৰ জন্ম হৈছিল আলােচনা কৰা। Discuss the circumstances leading to the birth of Muslim League.উত্তৰঃ 

৬। ভাৰতৰ স্বাধীনতা আন্দোলনত নৰমপন্থীসকলৰ ভূমিকাৰ মূল্যায়ন কৰা । Evaluate the role of the moderate group in the Freedom Movement of India. 
৭। কংগ্ৰেছত চৰমপন্থীৰ আৱিৰ্ভাৱৰ কাৰণ ব্যাখ্যা কৰা। Explain the causes of the growth of Extremism in Congress.উত্তৰঃ 

৮। ভাৰতৰ স্বাধীনতা আন্দোলনত চৰমপন্থীসকলৰ ভূমিকা আলােচনা কৰা। Discuss the role played by the extremists in the Freedom Movement of India.উত্তৰঃ
৯। সন্ত্রাসবাদীসকলৰ কাৰ্যৰ বিৱৰণ দিয়া। Describe the activities of the Extremists.উত্তৰঃ 

১০। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত চৰমপন্থী জাতীয়তাবাদৰ আবিৰ্ভাৱৰ যিকোনাে দুটা কাৰণ লিখা । Write any two factors responsible for the growth of extremist nationalism in India during the period of Freedom Movement . [GU 2017 (Gen.)] উত্তৰঃ
১১। নৰমপন্থী আৰু চৰমপন্থীসকলৰ মাজৰ প্ৰভেদ ব্যাখ্যা কৰা । Explain the differences between the Moderates and the Extremists .উত্তৰঃ
১২। স্বাধীনতা আন্দোলনত স্বদেশী আন্দোলনৰ ভূমিকা আলােচনা কৰা। Discuss the role of Swadeshi Movement in the Freedom Movement of India .উত্তৰঃ
১৩। হ’মৰুল আন্দোলনৰ বিৱৰণ দিয়া । Give an account of the Home Rule Movement . উত্তৰঃ
১৪। ভাৰতৰ ৰাজনীতিত প্রথম মহাসমৰৰ প্ৰভাৱ ব্যাখ্যা কৰা। Explain the impact of the First World War on Indian Politics . উত্তৰঃ
১৫। ভাৰতৰ স্বাধীনতা আন্দোলনত গান্ধীজীৰ ভূমিকা আলােচনা কৰা। Discuss the role of Gandhiji in the Freedom Movement of India .উত্তৰঃ
১৬। কি কি ঘটনাই গান্ধীজীক অসহযােগ আন্দোলন কৰিবলৈ প্ৰেৰণা দিছিল আলােচনা কৰা। Discuss the events that led Gandhiji to start Non-Co-operation Movement. উত্তৰঃ
১৭। স্বাধীনতা আন্দোলনৰ প্রথম পর্যায়ত কি লাভ কৰিবলৈ চেষ্টা কৰা হৈছিল ? এই পর্যায়ক কিয় নৰমপন্থীৰ পর্যায় বােলা হয়? নমপন্থী নেতাসকলে কি কি বিষয়ত কৃতকার্যতা লাভ কৰিছিল? What did the National Movement in early phase try to achieve? Why this phase is described as Moderate Phase ? What were the achievement of the Moderate Leaders ? উত্তৰঃ
১৮। জাতীয় আন্দোলনত চৰমপন্থীসকলৰ ভূমিকা আৰু প্ৰভাৱৰ বিষয়ে আলােচনা কৰা। Discuss the role and effect or extemists on National Struggle. উত্তৰঃ
১৯। মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰা অসহযােগ আন্দোলনৰ বিষয়ে চমু আলােচনা কৰা । এই আন্দোলন কিয় ব্যর্থ হৈছিল ? Discuss in brief the Non – Cooperation Movement launched by the Congress under the leadership of Mahatma Gandhi . Why did the movement fail? উত্তৰঃ
২০। বংগ বিভাজনৰ বিৰুদ্ধে কৰা আন্দোলনত স্বদেশী আৰু বয়কট কাৰ্যৰ প্ৰভাৱ বর্ণনা কৰা। Describe the impact of Swadeshi and Boycott methods applied during and partition of Bengal Movement . উত্তৰঃ
২১। ১৯১৯ চনৰ পৰা ১৯২২ চনলৈ অসহযােগ আন্দোলন আৰু খিলাফৎ আন্দোলনৰ বিৱৰণ দিয়া। Trace the development of Non – Cooperation Movement and Khilafat Agitation from 1919 to 1922 . উত্তৰঃ
২২। ভাৰতৰ সাংবিধানিক বিকাশত নেহেৰু প্রতিবেদন আৰু লাহােৰ কংগ্ৰেছ প্রস্তাৱৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা । ( DiscuSs the impact of Nehru Report and Lahore Congress Resolution on constitutional development in India . ) [ GU 2017 ( M ) ] উত্তৰঃ
২৩। ভাৰতৰ স্বাধীনতা আন্দোলনত স্বৰাজ দলৰ ভূমিকাৰ মূল্যায়ন কৰা । Evaluate the role of the Swaraj Party in the Freedom Movement of India . উত্তৰঃ
২৪। চাইমন কমিছনৰ পৰামৰ্শাৱলীৰ মূল্যায়ন কৰা। Evaluate the recommendations of the Simon Commission . উত্তৰঃ
২৫। নেহৰু সংবিধান প্রধান বৈশিষ্ট্যসমূহ আলােচনা কৰা । Discuss the main features of the Nehru Constitution . উত্তৰঃ
২৬। প্রথম ঘূৰণীয়া মেজমেল , দ্বিতীয় ঘূৰণীয়া মেজমেল আৰু তৃতীয় ঘূৰণীয়া মেজমেলৰ টোকা লিখা । Write note on First Round Table Conference , Second Round Table Conference and Third Round Table Conference . উত্তৰঃ
২৭। সাম্প্রদায়িক বাটোৱাৰাৰ বিষয়ে চমুটোকা লিখা। Write short note on Communal Award .উত্তৰঃ
২৮। জালিয়ানরালাবাগ হত্যাকাণ্ডৰ টোকা লিখা। Write a note on Jallianwalabag Tragedy . উত্তৰঃ
২৯। অসহযােগ আন্দোলনৰ বিষয়ে লিখা । Write on Non – Cooperation movement . [GU. 2016 (Gen.) , 2017 ( M ) ] উত্তৰঃ
৩০। অসমৰ ছাৰ মহম্মদ চাদুল্লা সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সমিতিৰ সদস্য আছিল । Sir Mohammad Sasullah from Assam served as Member of Drafting Committee of the Constitution . ) ( Write True or False ) [ GU . 2017 ( M ) ]উত্তৰঃ
Type: Ankur Raj Deka