স্বাধীন ভাৰতৰ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় শিক্ষা নীতিসমূহ (National policies On Education in Post Independence India) | Chapter 4 | Gauhati University B.A 3rd Semester Education Question and Answer Assamese Medium | TDC 3rd Sem Education Solutions Assamese Medium | GU 3rd Sem Education Model Assamese Medium |

Chapter:  4 

স্বাধীন ভাৰতৰ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় শিক্ষা নীতিসমূহ

(National Policies On Education in Post Independent India)

প্ৰশ্নাৱলী

(I) অতি চমু উত্তৰৰ প্ৰশ্ন (Question of  Very Short Answer)

১। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি কোন চনত গৃহীত হয়?

(When the New Education Policy was accepted?)

Answer: 

২। ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ  এটা উদ্দেশ্য উল্লেখ কৰা।

(Mention one objective of the national policy on Education 1986.)

Answer: 

৩।ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা বুলিলে কি বুজা?

(What do you mean by National System of Education.)

Answer: 

৪। নবোদয় বিদ্যালয়ৰ  প্ৰধান উদ্দেশ্য কি? 

(What is the main objective of Navodaya Vidyalaya?)

Answer: 

৫। C.A.B.E ৰ সম্পবৰ্ণ আকাৰটো কি?

(What is the full form of C.A.B.E?)

Answer: 

৬। A.I.C.T.E ৰ সম্পূৰ্ণ আকাৰটো কি?

(What is the full form of A.I.C.T.E)

Answer: 

৭। ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ এটা সবলতা উল্লেখ কৰা।

(Mention one merit of the National Policy on Education 1986.)

Answer: 

৮। ৰাষ্ট্ৰীয়  শিক্ষানীতি ১৯৮৬ ৰ এটা দুৰ্বলতা উল্লেখ কৰা।

(Mention one demerit of the National Policy on Education 1986.)

Answer: 

৯। ১৯৯০ চনৰ ৰামমূৰ্তি পুনৰীক্ষণ কমিটিৰ অধ্যক্ষ কোন আছিল?

(Who was the chairman of Ramamurti Review Committee 1990?)

Answer: 

১০। ৰামমূৰ্তি পুনৰীক্ষণ কমিটিৰ মূল উদ্দেশ্য কি আছিল?

(What was the main objective of Ramamurti Review Committee?)

Answer: 

১১। ৰামমূৰ্তি কমিটিৰ যিকোনো এটা মুখ্য দিশ উল্লেখ কৰা।

(Mention one principal concern of the Ramamurti Committee?)

Answer: 

১২। জনাৰ্ধন ৰেড্ডি কমিটি কোন চনত নিয়োগ কৰা হয়।

(When the janardhan Reddy Committee was appointed?)

Answer: 

১৩। সংশোধিত ৰাষ্ট্ৰীয় শিক্ষানীতিক  কোন চনত সংসদত উত্থাপন কৰা হয়?

(In Which year the revised national Policy on education was presented in Parliament?)

Answer: 

১৪। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক পুনৰীক্ষণ কৰিবলৈ কোন দুখন কমিটি নিয়োগ কৰা  হৈছিল? উল্লেখ কৰা।

(Mention the name of the two  committee that had been appointed to review National Policy on Education?)

Answer: 

(II) চমু উত্তৰৰ প্ৰশ্ন( Questions of Short Answer) 

১। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দুটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ বিষয়ে লিখা।

(Write about two importance resolution of National policy on Education 1968.)

Answer: 

২। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্য-উদ্দেশ্যসমূহৰ বিষয়ে লিখা।

(Write about the aims and objectives of National Policy on Education 1968.)

Answer: 

৩। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ষিকোনো চাৰিটা সবলতা লিখা।

(Write any four merits of National Policy on Education 1968.)

Answer: 

৪। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যিকোনো দুটা দুৰ্বলতা লিখা।

(Write any two demerits of National Policy on Education 1968.)

Answer: 

৫। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্য উদ্দেশ্যসমূহ কি কি ?

(?What are the aims and objectives of National Policy on Education  1986?)

Answer: 

৬। আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা সম্বন্ধে লিখা।

(Write about Early childhood Care and Education.)

Answer: 

৭। চাকৰিৰ পৰা ডিগ্ৰী  পৃথকীকৰণ বুলিলে কি বুজা?

(What do you mean by Delinking degree from jobs.)

Answer: 

৮। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ  যিকোনো  পাঁচটা সবলতা লিখা।

(Write any five merits of National Policy on Education 1986.)

Answer: 

৯। অপাৰেচন ব্লেকবোৰ্ড কি ?

(What is Operation Blackboard?)

Answer: 

১০। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যিকোনো পাঁচটা দুৰ্বলতা লিখা।

(Write any five demerits of National Policy on Education 1986.)

Answer: 

১১। সংশোধিত ৰাষ্ট্ৰীয়  শিক্ষানীতি ১৯৯২ ৰ যিকোনো চাৰিটা গুৰুত্বপূৰ্ণ সংশোধিত দিশৰ বিষয়ে লিখা।

(Write about four important revised resolutions of Revised National Policy on Education 1992?)

Answer: 

(III)  দীঘল উত্তৰৰ প্ৰশ্ন( Question of  Long Answer)

১। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষালীতিত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা সম্বন্ধে আগবঢ়োৱা পৰামৰ্শসমূহৰ বিষয়ে লিখা।

(Write the recommendations of NPE 1968 regarding Primary, Secondary and Higher Education.)

Answer: 

২। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষালীতিৰ এটি সমীক্ষাত্মক আলোচনা কৰা।

(Give an assessment of the National policy of Education 1968.)

Answer: 

৩। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল পৰামৰ্শসমূহ আলোচনা কৰা।

(Discuss the main recommendations of NPE 1986.)

Answer: 

৪। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সমতাৰ বাবে শিক্ষাৰ বিভিন্ন প্ৰস্তাৱসমূহ আলোচনা কৰা।

(Discuss the different resolution of NPE 1986 regarding Education for equality.)

Answer: 

৫।  শিক্ষকৰ শিক্ষা আৰু শিক্ষকৰ মৰ্যাদা সম্পৰ্কে ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ মতামতসমূহ আলোচনা কৰা।

(Discuss the views of NPE 1986 on Teacher Education and status of Teachers.)

Answer: 

৬। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শসমূহ আলোচনা কৰা।

(Discuss the recommendations of NPE 1986 regarding primary and Secondary education.)

Answer: 

৭। উচ্ত শিক্ষাৰ ক্ষেত্ৰত ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শসমূহ আলোচনা কৰা।

(Discuss the recommendations of NPE 1986 regarding Higher Education.)

Answer: 

৮। ১৯৮৬ চনৰ  ৰাষ্ট্ৰীয়  শিক্ষানীতিৰ সবলতা আৰু দুৰ্বলতাসমূহ আলোচনা কৰা।

(Discuss the merits and demerits of NPE 1986.)

Answer: 

৯। ৰামমূৰ্তি  পুনৰীক্ষণ কমিটিৰ মূল পৰামৰ্শসমূহ আলোচনা কৰা।

(Discuss the major recommendations of Ramamurti Review Committee.)

Answer: 

১০। জনাৰ্ধন ৰেড্ডি কমিটিৰ মূল পৰামৰ্শসমূহ  আলোচনা কৰা।

(Discuss the major recommendations of Janardhan Reddy Committee.)

Answer: 

১১। সংশোধিত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা আৰু বৃত্তীমুখী শিক্ষাৰ ক্ষেত্ৰত পৰামৰ্শসমূহ আলোচনা কৰা।

(Discuss the recommendations of Revised National policy 1992 regarding National Education System and vocational Education.)

Answer: 

Type: Dikha Bora