স্থলমণ্ডল বুলিলে কি বুজায় লিখা?

উত্তৰঃ শিল , বালি , মাটি , খনিজ পদার্থ , পর্বত , পাহাৰ , মালভূমি , সমভূমি , উপত্যকা , উপকূল আদিৰে গঠিত ভূখণ্ডকে স্থলমণ্ডল বুলি কোৱা হয় ।