সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা?

উত্তৰঃ ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষ এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোককে সমাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়,চিন্তা, প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা, সম-মৰ্যাদা আৰু সুযোগ দিম বুলি আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা, জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাব বৃদ্ধি কৰিবলৈ – আজি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবন্ধ কৰা এই সংবিধানকন আমি নিজকে অৰ্পৰ্ণ কৰিলো।