সাধাৰণ সভাৰ গঠনৰ বিষয়ে লিখা?

উত্তৰঃ সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ। সকলোবোৰ সদস্য ৰাষ্ট্ৰৰে গঠিত হোৱা সাধাৰণ সভালৈ প্ৰত্যেকে সদস্য ৰাষ্ট্ৰই পাঁচজনকৈ প্ৰতিনিধি পঠাব পাৰে। কিন্ত প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰই এটাকৈ ভোট প্ৰদান বাবে কেইবাখনো কমিটীৰ জৰিয়তে সাধাৰণ সভাই কাৰ্যসমূহ পৰিচালিত কৰে।