সাংস্কৃতিক বহুত্ববাদ মানে কি?

উত্তৰঃ সাংস্কৃতিক বহুত্ববাদ হ’ল কোনাে এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনােভাৱ। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন লােকে পৃথকে পৃথকে নিজৰ কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ কৰিব বিচৰাৰ সময়ত আনৰ কৃষ্টি-সংস্কৃতিৰ প্রতি সন্মানৰ ভাৱ পােষণ কৰা দেখা যায়।