সংবিধান ৰচনা Making of the Constitution Unit 2 Chapter 5 Question Answer Assamese medium | B.A 2nd Semester Political science Solution | B.A 2nd Semester Political science Suggestion | B.A 2nd Semester Political science Question Answer | B.A 2nd Semester Political science Notes | সংবিধান ৰচনা Making of the Constitutionপাঠটোৰ প্ৰশ্ন-উত্তৰ

সংবিধান ৰচনা Making of the Constitution প্রশ্নাৱলী 
১। নেহেৰু প্ৰতিবেদনৰ যিকোনো দুটা বৈষ্ট্য লিখা। (Write any two features of the Nehru Report.) [Gu 20016 (Gen.)]উত্তৰঃ
২। ১৮৫৮ চনৰ শাসন আইনৰ প্ৰধান ধাৰণাসমূহ আলোচনা কৰা। Discuss the main provisions of the Government of India Act, 1858.উত্তৰঃ
৩। ১৮৬১ চনৰ ভাৰত পৰিষদ আইনৰ প্ৰধান বৈশিষ্ট্যসমূহ মূল্যায়ন কৰা। Evaluate the salient Features of the India Council Act, 1861.উত্তৰঃ
৪। ১৮৯২ চনৰ ভাৰত পৰিষদ আইন ৰচনা কৰিবলগা হোৱা পৰিস্থিতি বৰ্ণনা কৰা।Describe the circumstances leading to the enactment of the Govt. of India Act, 1892.উত্তৰঃ

৫। ১৮৯২ চনৰ ভাৰত পৰিষদ আইনৰ প্ৰধান ধাৰাসমূহৰ মূল্যায়ন কৰা । Evaluate the main provision of the Indian Council Act, 1892. উত্তৰঃ
৬। দেশীয় শাসিত ৰাজ্যসমূহক কেনেকৈ ভাৰতৰ লগত চামিল কৰা হ’ল ? এই ক্ষেত্ৰত মুখ্য ভূমিকা কোনে লৈছিল আলােচনা  কৰা । ( How were the princely states integrated with the rest of India ? Who played the chief role in this regard ? Discuss . ) উত্তৰঃ
৭। ১৯০৯ চনৰ আইন ৰচনা কৰিবলগা হােৱা পৰিস্থিতিৰ বৰ্ণনা কৰা ।Describe the circumstances leading to the enactment of Act, 1909 . উত্তৰঃ
৮। ১৯০৯ চনৰ আইনৰ প্ৰধান ধাৰাসমূহৰ মূল্যায়ন কৰা । ( Evaluate the main provisions of the Act of 1909 ) উত্তৰঃ
৯। ১৯০৯ চনৰ আইনখনৰ যিকোনাে দুটা বৈশিষ্ট্য লিখা । Write any two features of the Act of 1909 . উত্তৰঃ
১০। ১৯১৯ চনৰ আইন ৰচনা কৰিবলগা হােৱা পৰিস্থিতিৰ বৰ্ণনা কৰা । Describe the circumstances leading to the enactment of the Act of 1919 . উত্তৰঃ
১১। ১৯১৯ চনৰ ভাৰত চৰকাৰ আইনৰ যিকোনাে দুটা বিধি লিখা । [ GU 2017 ( Gen . ) ] Write any two provisions of the Government of India Act . 1919 . উত্তৰঃ
১২। Examine the impact of the Acts of 1909 and 1919 on constitutional development in India . [ GU . 2013 ( M ) উত্তৰঃ
১৩। ১৯১৯ চনৰ আইনৰ প্রধান বৈশিষ্ট্যসমূহ কি আছিল ? এই আইনে ভাৰতবাসীক সন্তুষ্ট কৰিব পাৰিছিল নে? যুক্তি দিয়া। What were the main features of the Act of 1919 ? Did it satisfy the Indian ? Give reasons . [GU 2016 (Gen.] উত্তৰঃ
১৪। ১৯১৯ চনৰ আইনৰ জৰিয়তে প্রচলন কৰা দ্বৈত শাসনব্যবস্থা অকৃতকার্য হােৱাৰ কাৰণসমূহ ব্যাখ্যা কৰা । (Explain the causes of the failure of Dyarchy under the Act of 1919.) উত্তৰঃ
১৫। ১৯০৯ আৰু ১৯১৯ চনৰ ভাৰত চৰকাৰ আইনৰ ভাৰতীয় ৰাজনীতি আৰু ভাৰতীয় সংবিধান প্রণয়নৰ ওপৰত থকা প্ৰভাৱ সম্পর্কে আলােচনা কৰা । ( Discuss the legacies of the Acts of 1909 and 1919 on Indian Politics and or the making of the Indian Constitution.) [ GU 2017 (M)] . উত্তৰঃ
১৬। ১৯১৯ চনৰ আইনৰ মূল বৈশিষ্ট্যসমূহ আলােচনা কৰি ইয়াক ১৯৩৫ চনৰ আইনৰ লগত তুলনা কৰা । (Discuss the basic features of the Government of India Act , 1919 and compare its features with those of the Act of 1935 ) [D.U. 2008 (M) . 2008)উত্তৰঃ
১৭। ১৯১৯ আৰু ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ সম্পর্কে বিশেষ উল্লেখেৰে ঔপনিবেশিক শাসনৰ ভাৰতীয় সংবিধান প্রণয়নৰ ওপৰত থকা প্ৰভাৱৰ বিষয়ে লিখা । ( Discuss the impact of colonial rule on the making of the Indian Constitution with special reference to the Government of India Acts of 1919 and 1935. ) [GU 2016 (M)] উত্তৰঃ
১৮। ১৯৩৫ চনৰ আইনৰ প্ৰধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা । (Explain the main features of the Act of 1935.) উত্তৰঃ
১৯। ১৯৪০ চনৰ আগষ্ট প্রস্তাৱ সম্পর্কে এখন ৰচনা লিখা । (Write an essay on the August offer, 1940.) উত্তৰঃ
২০। পচ্ মিছনৰ পৰামর্শসমূহ মূল্যায়ন কৰা। ( Evaluate the recommendation of the Cripps Mission Plan.) উত্তৰঃ
২১। চমু টোকা লিখা ( Write notes on.) (ক) ৰাজা গােপালাচাৰী সূত্র (C.R. Formula.) (খ) ওৱাভেল পৰিকল্পনা ( Wavell Plan.) (গ) বৃটিছৰ ভাৰত ত্যাগ আঁচনি ( The British Plan for withdrawal) 

২২। কেবিনেট মিচন আঁচনিৰ বিভিন্ন দিশ সম্পর্কে আলােচনা কৰা । এই আঁচনিৰ বিফলতাৰ কাৰণসমূহ কি কি ? উত্তৰঃ
২৩। কেবিনেট মিছনৰ পৰামর্শসমুহৰ মুল্যায়ন কৰা। Evaluate the recommendation of the Cabinet Mission Plan . উত্তৰঃ
২৪। মাউন্টবেটেন পৰিকল্পনা সম্পর্কে এটা টোকা লিখ । (Write a note on Mountbatten Plan.) উত্তৰঃ
২৫। ১৯৪৭ চনৰ ভাৰতৰ স্বাধীনতা আইনৰ প্ৰধান ধাৰাসমূহ আলােচনা কৰা। [D.U. ’05, ’08 (M)]Discuss the main provision of the Indian Independence Act , 1947 . উত্তৰঃ
২৬। ১৯৪৭ চনৰ ভাৰত স্বাধীনতা আইনৰ বৈশিষ্ট্য আলােচনা কৰা । (Discuss the salient features of the Indysf Independence Act, 194.) [GU 2016 (Gen.) উত্তৰঃ
২৭। ভাৰত ইউনিয়নৰ লগত দেশীয় ৰাজ্যসমূহৰ চামিলকৰণ সম্পর্কে এখন ৰচনা লিখা । Write an essay on the integration of the Princely States to Indian Union . . উত্তৰঃ
২৮। হায়দৰাবাদ আৰু কাশ্মীৰক কেনেকৈ ভাৰত ইউনিয়নৰ লগত চামিল কৰা হৈছিল ? How were the state of Hyderabad and Kashmir were integrated with India ? উত্তৰঃ
২৯। ভাৰতবর্ষ বিভাজন হােৱাৰ কাৰণসমূহ ব্যাখ্যা কৰা । Explain the reasons for the partition of India .উত্তৰঃ
৩০। কি পৰিস্থিতিত ভাৰতবৰ্ষৰ সংবিধান ৰচনা কৰা হৈছিল আলােচনা কৰা । Discuss the circumstances leading to the framing of the Constitution of India. উত্তৰঃ
৩১। নেহৰু প্রতিবেদন আৰু লাহােৰ কংগ্ৰেছ প্রস্তৱৰ সম্পর্কে বিশেষ উল্লেখ ৰাখি স্বাধীনতা আন্দোলনৰ কালছােৱাত হােৱা সাংবিধানিক বিকাশ সম্পর্কে আলােচনা কৰা। (Discuss the constitutional developments during the freedom movement with speical reference to the Nehru Report and Lahore Congress Resolution .) [GU 2016 (M)] উত্তৰঃ
৩২। গণ – পৰিষদৰ গঠন আৰু কার্যাৱলীৰ মূল্যায়ন কৰা । Evaluate the composition and functions of the Constitute Assembly . উত্তৰঃ
৩৩। ১৯০৯ চনৰ ভাৰত পৰিষদ আইনৰ প্ৰধান ধাৰাসমূহ আলােচনা কৰা । [ GU 2017 ( Gen ) ] Describe the main provisions of the Indian Council Act, 1909 . উত্তৰঃ
৩৪। ভাৰত বিভাজন হােৱাৰ পৰিস্থিতি আলােচনা কৰা । Discuss the circumstances leading to partition of India . [GU. 2008 (M)] উত্তৰঃ
৩৫। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা। [GU 2017 (Gen)] Describe the features of the Government of India Act, 1935. উত্তৰঃ
৩৬। ভাৰতত ঔপনিৱেশিক শাসনকালত প্ৰৱর্তন হােৱা সাম্প্রদায়িক নির্বাচকমণ্ডলী ’ আৰু “ দ্বৈতশাসন ব্যৱস্থাৰ প্ৰভাৱ সম্পর্কে আলোচনা কৰা। (Discuss the impact of communal electorate ‘ and dyarchy ‘ introduced during the colonial rule in India.) [GU. 2016 (M)] উত্তৰঃ
৩৭। ১৯৪৭ চনৰ ভাৰত বিভাজনে স্বাধীনােত্তৰ কালত ভাৰতৰ ৰাজনীতিৰ ওপৰত পেলােৱা প্ৰভাৱ সম্পর্কে আলােচনা কৰা । (Discuss the impact of the Partition of 1947 on politics in India after Independence.) [G.U. 2016 (M)] উত্তৰঃ
৩৮। ভাৰতৰ সংবিধান ৰচনাৰ বিষয়ত সংবিধান সভাই সন্মুখীন হােৱা সমস্যাসমূহ বর্ণনা কৰা । Nature the problems faced by the Constituent Assembly at the time of framing the Constitution of India in 1946 . [D.U. 2008 (M)]উত্তৰঃ
৩৯। চমুটোকা লিখা ? (ক) ভাৰতৰ গণ – পৰিষদৰ (Constituent Assembly of India.) [GU. 2001 (Gen.)] 
(খ) ভাৰত বিভাজনৰ যিকোনাে দুটা কাৰণ লিখা । ( Write any two causes of Partition of India . ) [ GU 2017 ( Gen. ) ] 
(গ) Impact of the Quit India Movement , 1942 [ G.U. 2013 ( M ) ] 
(ঘ) জম্মু আৰু কাশ্মীৰ সম্পকীয় বিশেষ ব্যৱস্থা Special provisions relating to Jammu and Kashmir . [ GU . 2016 ( M ) ] 
(ঙ) সাম্প্রদায়িক নির্বাচকমণ্ডলী ( Communal Electorate ) [ GU 2017 ( M ) ] 
(চ) দ্বৈতশাসন ( Dyarchy ) [ GU 2017 (M)] 
(ছ) সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ? ( Who was the Chairman of the Drafting Committee of the Constituent Assembly ? ) ? ) । [ GU 2017 (Gen.)] 
(জ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন ( Government of India Act of 1935. ) [GU 2017 (M)]

Type: Ankur Raj Deka