সংবিধান সভা আৰু সংবিধান (The Constituent Assembly and The Constitution) | Chapter 1 (1) | B.A 1st Semester Political Science Question and Answer Solution Assamese Medium | TDC 1st Semester Gauhati University Question and Answer Notes and Suggestion Assamese Medium | B.A 1st Semester Political Science Question and Answer Notes and Suggestion Solution Assamese Medium

সংবিধান সভা আৰু সংবিধান

প্ৰশ্নাৱলী

১। ১৯০৯ চনৰ আইন ৰচনা কৰিবলগা হোৱা পৰিস্থিতিৰ বৰ্ণনা কৰা।

Cricumstance leading to the enactment of Act, 1909.

২। ১৯০৯ চনৰ মূল ধাৰাসমূহৰ মূল্যায়ন কৰা।

Evaluate the main provisions of the Act of 1909.

৩। ১৯০৯ চনৰ আইনখনৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।

Write any two features of the Act of 1909.

৪। ১৯১৯ চনৰ আইন ৰচনা কৰিবলগা হোৱা পৰিস্থিতিৰ বৰ্ণনা কৰা।

Describe the circumstances leading to the enactment of the Act of 1919.

৫। ১৯১৯ চনৰ ভাৰত চৰকাৰ আইনৰ যিকোনো দুটা বিধি লিখা।

Write any two provisions of the Government of India Act. 1919.

৬। Examine the impact of the Acts of 1909 and 1919 on constitutional development in India.

৭। ১৯১৯ চনৰ আইনৰ প্ৰধান বৈশিষ্ট্যসমূহ কি আছিল? এই আইনে ভাৰতবাসীক সন্তুষ্ট কৰিব পাৰিছিল নে? যুক্তি দিয়া।

What were the main features of the Act of 1919? Did it satisfy the Indian? Give reasons.

৮। ১৯১৯ চনৰ আইনৰ জৰিয়তে প্ৰচলন কৰা দ্বৈত-শাসনব্যৱস্থা অকৃতকাৰ্য হোৱাৰ কাৰণসমূহ ব্যাখ্যা কৰা।

Explain the causes of the failure of Dyarchy under the 1919.

৯। ১৯০৯ আৰু ১৯১৯ চনৰ ভাৰত চৰকাৰ আইনৰ ভাৰতীয় ৰাজনীতি আৰু ভাৰতীয় ৰাজনীতি আৰু ভাৰতীয় সংবিধানৰ প্ৰণয়নৰ ওপৰত থকা প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।

Discuss the legacies of the Acts of 1909 and 1919 on Indian Politics and on the making of the Indian Constitution.

১০। ১৯১৯ চনৰ আইনৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰি ইয়াক ১৯৩৫ চনৰ আইনৰ লগত তুলনা কৰা।

Discuss the basic features of the Government of India Act, 1919 and compare its features with those of the Act of 1935.

১১। ১৯১৯ আৰু ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ সম্পৰ্কে বিশেষ উল্লেখেৰে ঔপনিৱেশিক শাসনৰ ভাৰতীয় সংবিধান প্ৰণয়নৰ ওপৰত থকা প্ৰভাৱৰ বিষয়ে লিখা।

Discuss the impact of colonial rule on the making of the Indian Constitution with special reference to the Government of India Acts of 1919 and 1935.
১২। ১৯৩৫ চনৰ আইনৰ প্ৰধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।
Explain the main features of the Acts of 1935.
Type Himanku Bora