অধ্য়ায় ১
শৈক্ষিক ব্যৱস্থাপনা (Educational Management)
প্ৰশ্নাৱলী
A. Short Answer type.
1. What do you mean by Management ?
(ব্যৱস্থাপনা বুলিলে কি বুজা ?)
Answer:
2. What do you mean by Educational Management ? Write one defintion of it ?
(শৈক্ষিক ব্যৱস্থাপনা বুলিলে কি বুজা ? ইয়াৰ এটা সংজ্ঞা দিয়া )
Answer:
3. What are the prime objectives of Educational Management ?
(শৈক্ষিক ব্যৱস্থাপনাৰ মুখ্য উদ্দেশ্য বোৰ কি কি ?)
Answer:
4. Write about school organisation along with a suitable defination ?
(উপযুক্ত সংজ্ঞা দি আৰু বিদ্যালয় সংগঠনৰ বিষয়ে চমুকৈ লিখা)
Answer:
5. Mention the scope of Educational Management ?
(শৈক্ষিক ব্যৱস্থাপনা বিষয়ে কিছু কথা উল্লেখ কৰা)
Answer:
B. Long Type Questions.
1. What do you mean by Educational administration ? Write Nature ?
(শৈক্ষিক ব্যৱস্থাপনা বিষয়ে তুমি কি বুজা ? ইয়াৰ বিষয়ে চমুকৈ লিখা)
Answer:
2. Write about school organization. What are the differences between school organisation and educational administration ?
(বিদ্যালয় সংগঠনৰ বিষয়ে চমুকৈ লিখা। বিদ্য়ালয় সংগঠন আৰু শৈক্ষিক প্ৰশাসনৰ মাজত থকা পাৰ্থক্যবোৰ কি কি ?)
Answer:
3. Discuss the characteristics of successful Educational Management ?
(সফল শৈক্ষিক ব্যৱস্থাপনা বিশেষত্ববোৰৰ বিষয়ে আলোচনা কৰা।)
Answer:
4. Write the difference between the educational administration and school administration ?
(শৈক্ষিক প্ৰশাসন আৰু বিদ্য়ালয় প্ৰাশসনৰ মাজত থকা পাৰ্থক্যবোৰ লিখা)
Answer:
5. What do you mean by educational Management ? Write its need and importance ?
(শৈক্ষিক ব্যৱস্থাপনা বুলিলে কি বুজা ? ইয়াৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব বিষয়ে লিখা ?)
Answer:
Author-Dikha Bora