(i) অতি চমু প্ৰশ্ন (Very Short Question)
১। সামাজিক পৰিৱৰ্তন কি?
What is social change?
Answer-
২। ‘Social change’ গ্ৰন্থখনৰ ৰচক কোন আছিল?
Who was the writter of the book ‘Social change’?
Answer-
৩। সামাজিক পৰিৱৰ্তনৰ এটা বৈশিষ্ট্য় উল্লেখ কৰা।
Write one characteristic of social change?
Answer-
৪। ‘সংস্কৃতি’ শব্দটো কোন ভাষাৰ পৰা আহিছে?
From which language the word ‘culture’ is derived?
Answer-
৫। সংস্কৃতিৰ এটা বৈশিষ্ট্য় উল্লেখ কৰা।
Mention one characteristic of culture.
Answer-
৬। বস্তুগত সংস্কৃতিৰ দুটা উদাহৰণ দিয়া।
Give two examples of metareal culture.
Answer-
৭। সামাজিক সংগঠন মানে কি?
What is social organistaion?
Answer-
৮। সামাজিক বিসংগঠন মানে কি?
What is social disoganistaion?
Answer-
৯। প্ৰত্য়েক সামাজিক সংগঠনৰ নিৰ্দিষ্ট উদ্দেশ্য আছে (হয় নে নহয় লিখা।)
Every social oeganistaion has definite purpose. (Write yes or no)
Answer-
১০। ব্য়ক্তিগত বিসংগঠন মানে কি?
What is individual disorganistaion?
Answer-
(ii) চমু প্ৰশ্ন (Short Question)
১। “সামাজিক পৰিৱৰ্তনৰ আহিলা হ’ল শিক্ষা”- আলোচনা কৰা।
Educatin as an instrumant of social change”- discuss.
Answer-
২। সামাজিক পৰিৱৰ্তনৰ কাৰকবোৰ বৰ্ণনা কৰা।
Explain the factors of social change.
Answer-
৩। সাংস্কৃতিক পশ্চাৎৱৰ্তীতা মানে কি? ইয়াৰ কাৰণবোৰ লিখা।
What is cultural lag? Write about its causes.
Answer-
৪। সাংস্কৃতিক পৰিৱৰ্তন কাক বোলে? ইয়াৰ কাৰণবোৰ লিখা।
What is cultural change? Write its causes.
Answer-
৫। শিক্ষা আৰু সংস্কৃতিৰে সম্বন্ধ আলোচনা কৰা।
Discuss the relationship between education and culture.
Answer-
৬। সামাজিক সংগঠন কাৰক বা উপাদানবোৰ কি কি? আলোচনা কৰা।
What are the fectors of social organistation? Discuss.
Answer-
৭। আনুষ্ঠানিক সামাজিক সংগঠন কাক বোলে? আনুষ্ঠানিক সামাজিক সংগঠন আৰু অনানুষ্ঠানিক সামাজিক সংগঠনৰ মাজৰ পাৰ্থক্য় লিখা।
What is formal social organistions and informal social organisations
Answer-