শিক্ষা সমাজ বিজ্ঞান-ধাৰণা (Education Sociology-Concept | Chapter 1 | GU 2nd Sem Education Question and Answer Assamese Medium | | Gauhati University TDC 2nd Semester Education Major GU 2nd Sem Education Major Suggestion, Question and Answer, Notes, Solution Assamese Medium | TDC 2nd Semester Education Question And Answer Assamese Medium |

শিক্ষা সমাজ বিজ্ঞান-ধাৰণা

প্ৰশ্নাৱলী
১। সমাজ বিজ্ঞান কি? 
(What is sociology?) 
২। কোনটো ভাষাৰ পৰা “সমাজ বিজ্ঞান” (Sociology) শব্দটো অনা হৈছে। 
(In which language the word “sociology is derived? উত্তৰঃ 
৩। Socious” শব্দৰ অর্থ কি? 
(What is the meaning of the word “Socious”? 
৪। সমাজ বিজ্ঞানীৰ পিতৃস্বৰূপ কোন? 
(Who is the father of sociology?) 
৫। দুজন বিখ্যাত সমাজবিজ্ঞানীৰ নাম লিখা। 
(Write two famous sociologist) 
৬। দার্শনিক আগষ্ট ক’টৰ সমাজবিজ্ঞান সম্পর্কে দিয়া সংজ্ঞটো লিখা। 
(Write the definition given by sociologist Auguste Comte.) 
৭। সমাজ বিজ্ঞানৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

(Mention two Characteristics of Sociology) 
৮। সমাজ বিজ্ঞানৰ বিশেষাত্মক চিন্তাগােষ্ঠীৰ দুজন সমর্থকৰ নাম লিখা। 
(Write two names of supporters of specialistic school of thought in sociology. উত্তৰঃ 
৯। শিক্ষা সমাজ বিজ্ঞান কি? 
(What is educational sociology?) উত্তৰঃ 
১০। শিক্ষা সমাজ বিজ্ঞানৰ পিতৃ কোন আছিল? 
(Who was the father of educational sociology?) উত্তৰঃ 
১১। “সমাজবিজ্ঞান হৈছে এনে বিজ্ঞান, যিয়ে সামজিক ক্রিয়াৰ ব্যাখ্যা পূর্ণ উপলব্ধিৰ প্রচেষ্টা চলায়”। কোনে কৈছিল? 
(Socialogy is the science which attempts the interpretative understanding of social action “who said the statement? 
১২। জর্জ পায়েনৰ ৰচিত কিতাপখনৰ নাম লিখা। 
(Write the name of the book written by George Payne.) 
১৩। কিমান চনত “The principles of Educational sociology” কিতাপখনৰ প্ৰকাশ হৈছিল। 
(In which year the book “The Principles of Educational Sociology” is published? 
১৪। সামাজিক দিশৰ ওপৰত ভিত্তি কৰি লিখা জন ডিডইৰ কিতাপ দুখনৰ নাম লিখা। 
(Write the name of the books written by John Dewey on social aspects.) 
১৫। শিক্ষা সমাজবিজ্ঞানৰ দুটা লক্ষ্য লিখা। 
(Write two aims of educational sociology.) 
১৬। শিক্ষা সমাজ বিজ্ঞানৰ পৰিসৰ সম্পর্কে আলােচনা কৰা। 
(Discuss the scope of educational sociology?) 
১৭। শিক্ষাত সমাজতান্ত্রিক ভাৱধাৰাৰ প্রয়ােজনীয়তা সম্পর্কে আলােচনা কৰা। 
(Discuss the need of sociological approach in education.) 
১৮। চমুটোকা লিখা (Write short note): 
(ক) সমাজবিজ্ঞানৰ প্রকৃতি (Nature of Sociology) 
(খ) সমাজবিজ্ঞান আৰু শিক্ষাৰ সম্বন্ধ (Relationship between sociology and education) 
(গ) সমাজবিজ্ঞান অৰ্থ (Meaning of sociology) 
(ঘ) সমাজবিজ্ঞানৰ ব্যৱহাৰিতা (Uses of sociology)
Type Himanku Bora