মৰুকৰণৰ সমস্যাৰ সমাধান সম্ভাবনে?

উত্তৰঃ বর্তমানে পৰিৱেশৰ যিবোৰ সমস্যাই মানুহৰ লগতে জীৱ-জগতৰ ব্যাপক ক্ষতিসাধন কৰিবলৈ লৈছে, সেইবোৰৰ ভিতৰত নানা ধৰণৰ প্ৰদূষণ, মৰুকৰণ, ভূমিস্থলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্রিম বান, সাগৰপৃষ্ঠৰ উত্থান আদি প্রধান ।