মণিৰাম দেৱানৰ প্ৰকৃত নাম কি আছিল?

উত্তৰঃ ১৮০৬ চনৰ ২৭ এপ্ৰিলত সোণ-ৰূপৰ চামুচ মুখত লৈ শিৱসাগৰৰ চাৰিঙত জন্ম লাভ কৰিছিল মণিৰাম দেৱানে। পিতৃৰ নাম আছিল ৰাম দত্ত আৰু মাতৃ কৌশল্যা দেৱী। তেখেতৰ প্ৰকৃত নাম আছিল মণিৰাম দত্ত বৰুৱা।