ভাৰতৰ ৰাজনৈতিক দল আৰু দলীয় ব্যৱস্থা Parties and Party Systems in India Unit 6 Question Answer | B.A 2nd Semester Political science Solution | B.A 2nd Semester Political science Suggestion | B.A 2nd Semester Political science Question Answer Assamese medium | B.A 2nd Semester Political science Notes | ভাৰতৰ ৰাজনৌতিক দল আৰু দলীয় ব্যৱস্থা Parties and Party Systems in India পাঠটোৰ প্ৰশ্ন-উত্তৰ

ভাৰতৰ ৰাজনৌতিক দল আৰু দলীয় ব্যৱস্থা 

Parties and Party Systems in India  

প্ৰশ্নাৱলী

১। ৰাজনৈতিৰ দল কি? গণতন্ত্ৰ ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

২। ভাৰতৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ চমূকৈ আলোচনা কৰা। এনে দলসমূহৰ কাৰ্য সম্পৰ্কে চমূকৈ আলোচনা কৰা। 

উত্তৰঃ

৩। কোন চনত ভাৰতৰ সাম্যবাদী শিবিৰ দুটা ভাগত বিভক্ত হৈছিল।

উত্তৰঃ


৪। হলত্যা বিৰোধী আইন কেতিয়া বলৱৎ হৈছিল।

উত্তৰঃ

৫। ভাৰতৰ দলীয় ব্যৱস্থাৰ উৎপত্তি আৰু ক্ৰমবিকাশ সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ

৬। ভাৰতীয় লোক দল কিমান চনত গঠিত হৈছিল।

উত্তৰঃ

৭। ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন, লক্ষ্য, উদ্দেশ্য আৰু নিৰ্বাচনী সাফল্যৰ খতিয়ান আগবঢ়োৱা।

উত্তৰঃ

৮। ভাৰতৰ সাম্যবাদী দলৰ লক্ষ্য, উদ্দেশ্য ব্যাখ্যা কৰা।

উত্তৰঃ

৯। ভাৰতীয় জনতা দলৰ উৎপত্তি, বিকাশ, লক্ষ্য, উদেদেশ্য আৰু ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

১০। কোন চনত ভাৰতৰ লোক দল গঠিত হৈছিল। ইয়াৰ প্ৰতিষ্ঠতা কোন। 

উত্তৰঃ

১১। আঞ্চলিক ৰাজনৈতিক দল বুলিলে কি বুজা? ইয়াৰ উৎপত্তিৰ কাৰণবোৰ কি কি? ভাৰতীয় ৰাজনীতিত এনে দলৰ ভূমিকাৰ পৰ্যালোচনা কৰা।

উত্তৰঃ

১২। দ্ৰাবিড় কাজগাম দল কোন চনত গঠিত হৈছিল।

উত্তৰঃ

১৩। দ্ৰবিড় মুনেট্ৰা কাজগাম (DMK) কেতিয়া আৰু কোনে গঠন কৰিছিল।

উত্তৰঃ

১৪। অসম গণ পৰিষদ দল কেতিয়া গঠিত হৈছিল।

উত্তৰঃ

১৫। চমুটোকা লিখাঃ

(খ) জনতা দল

(খ) মাৰ্ক্সাবাদী সাম্যবাদী দল

(গ) ডি এম কে

(ঘ) অসম গণ পৰিষদ 

Type: Ankur raj Deka