বৈশেষিক দৰ্শন (Vaisesika Philosophy) সপ্তম অধ্য়ায় | Unite 7 | Gauhati University TDC B.A 2nd Semester Philosophy (General) Solution Assamese Medium | Gauhati University B.A 2nd Semester Philosophy (General) Suggestion and Notes Assamese Medium | Unite 7 Carvaka Philosophy Question and Answer Assamese Medium | ভাৰতীয় দৰ্শনৰ সপ্তম অধ্য়ায় পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

Chapter: 7

 বৈশেষিক দৰ্শন (Vaisesika Philosophy) 

প্ৰশ্নৱালী (Question) 

Short Question:

চমু প্ৰশ্নঃ

1. Vaisesika Philosophy is Vaidika / Avaidika system of Indian philosophy.

বৈশেষিক দৰ্শন ভাৰতীয় দৰ্শনৰ এটি বৈদিক / অবৈদিক সম্প্ৰদায়। 

2. Who is the founder of Vaisesika system? 

বৈশেষিক দৰ্শনৰ মূল গ্ৰন্থখনৰ কি?

3. What is the main text of Vaisesika system? 

বৈশেষিক দৰ্শনৰ মূল গ্ৰন্থখন কি?

4. What is the literal meaning of the word ‘Padartha’?

‘পদাৰ্থ’ শব্দৰ আক্ষৰিক অৰ্থ কি?

5. How many padarthas are accepted in Vaisesika philosophy?

বৈশেষিক দৰ্শনত কেইবিধ পদাৰ্থক স্বীকাৰ কৰা হয়।

6. How many padarthas there in Vaisessika philosophy?

বৈশেষিক দৰ্শনত কেই প্ৰকাৰৰ ভাব পদাৰ্থ আছে?

7. How many abhava padartha (s) are there in Vaisesika philosophy?

বৈশেষিক দৰ্শনত কেইবিধ অভাব পদাৰ্থ আছে?

8. What does Pragabhava stand for in Vaisesika philosophy?

বৈশেষিক দৰ্শনত প্ৰাগভাবৰ দ্বাৰাকি বুজোৱা হয়?

9. How many Vaieseika philosophy determines the nature of Akasa as a physical substance? 

ভৌতিক দ্ৰব্য হিচাপে বৈশেষিক দৰ্শনে কেনেদৰে আকাশৰ স্বৰূপ নিৰূপণ কৰিছে?

10. What is the meaning of Samsargabhava, as a kind of non existence?

অভাবৰ প্ৰকাৰ হিচাপে সংসৰ্গাভাবৰ অৰ্থ কি? 

11.What is dhangsabhava?

ধ্বংসাভাব কাক বোলে?

12. How Kanada establishes the existence of atoms?

কণাদে কেনেদৰে পৰমাণুবোৰৰ অস্তিত্ব প্ৰতিপাদন কৰিছে?

13. Vaisesika philosophy is pluralistic and realistic but not materiasist. Why?

বৈশেষিক দৰ্শন বহুত্ববাদী আৰু বাস্তৱবাদী; কিন্তু বস্তুবাদী নহয়। কিয়?

14. Name one orthodox system which accepted atomistic pluralism and logical realism. 

পৰমাণুৰ বহুত্ব আৰু যৌক্তিক বাস্তৱবাদ স্বীকাৰ কৰা ভাৰতীয় দৰ্শনৰ এটা আস্তিত্ব সম্প্ৰদায়ৰ নাম লিখা।

15. What is the third category according to Vaesesika?

বৈশেষিক দৰ্শনত মতে,তৃতীয় পদাৰ্থটো কি?

16. What is Dravya or Substance in Vaisesika philosophy?

বৈশেষিক দৰ্শনত দ্ৰব্য কি?

17. How many dravyas are accepted by the Vaiseskas?

বৈশেষিক দৰ্শনে কেই প্ৰকাৰৰ দ্ৰব্যৰ স্বীকাৰ কৰে?

18. What is abhava?

অভাব কাক বোলে?

19. How many abhava padarthas are there in Vaisesika philosophy?

বৈশেষিক দৰ্শনত কেই প্ৰকাৰৰ অভাব পদাৰ্থ আছে?

Board Questions:

ৰচনাধৰ্মী প্ৰশ্নঃ

1. What do you mean by Padartha? Distinguish between Bhava and Abhava Padartha.

পদাৰ্থ মানে কি? ভাব আৰু অভাব পদাৰ্থৰ পাৰ্থক্য় নিৰূপণ কৰা।

2.Explain Vaisesika concept of Dravya padartha. What are its various kinds?

বৈশেষিক দৰ্শনৰ দ্ৰব্য় পদাৰ্থৰ বিষয়ে ব্য়াখ্যা কৰা। ইয়াৰ বিভিন্ন প্ৰকাৰৰ সমূহ কি কি?

3. What is Abhava and what are its kinds? Discuss in detail.

অভাব পদাৰ্থ কি? ইয়াৰ প্ৰকাৰসমূহ কি কি? বহলাই লিখা।

4. Write the names of the six bhava padarthas or categories of Vaisesika philosophy. Explain briefly any two of them.

বৈশেষিক দৰ্শনৰ ছটা ভাব পদাৰ্থৰ নাম লিখা। এই পদাৰ্থসমূহৰ যি কোনো দুটা চমুকৈ ব্য়াখ্য়া কৰা।

5. Define Abhava. Explain briefly all the different kinds of Abhava.

অভাবৰ সংজ্ঞা দিয়া। অভাবৰ বিভিন্ন প্ৰকাৰসমূহ চমুকৈ আলোচনা কৰা।

6. Discuss in detail the seventh category of Vaisesika system.

বৈশেষিক দৰ্শনৰ সপ্তম পদাৰ্থটোৰ বিষয়ে আলোচনা কৰা।

7. Discuss in detail the first category of Vaisesika system.

বৈশেষিক দৰ্শনৰ প্ৰথম পদাৰ্থটোৰ বিষয়ে আলোচনা কৰা।

8. Bring out some important points of difference between Nyaya and Vaisesika system.

ন্যায় আৰু বৈশেষিক দৰ্শনৰ কিছুমান গুৰুত্বপূৰ্ণ পাৰ্থক্য উলিওৱা।  

Type: Nayan Moni Deka