বেদান্ত দৰ্শন (Vedanta Philosophy) | দশম অধ্যায় | Chapter 10 | BA 3rd-4th Sem Philosophy (Major) Question and Answer Assamese Medium |

দশম অধ্য়ায়

বেদান্ত দৰ্শন

(Vedanta Philosophy)

প্ৰশ্নাৱলী

(Questions)

Answer the following questions/ Choose the correct answer:

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া/ শুদ্ধ উত্তৰ বাচি উলিওৱাঃ

1. Who is the founder of Vedanta Philosophy? 

বেদান্ত দৰ্শনৰ প্ৰৱৰ্তক কোন?  

2. Vedanta Philosophy is Astika/Nastika Philosophy. 

বেদান্ত দর্শন আস্তিক / নাস্তিক দর্শন।  

3. What is the main text of Vedanta Philosophy? 

বেদান্ত দৰ্শনৰ মূল গ্ৰন্থখন কি?  

4. Does Advaita Vedanta consider Brahman as the Substratum of all the physical universe? 

অদ্বৈত বেদান্তত ব্ৰহ্মক বিশ্বজগতৰ মূল আধাৰ বুলি গণ্য কৰা হয় নে?  

5. Who is the founder of qualified monism in Indian philosophy? 

বিশিষ্টাদ্বৈতবাদৰ প্ৰৱৰ্তক কোন?  

6. Who is the founder of Unqualified monism in Indian Philosophy?  

অদ্বৈত বেদান্ত দৰ্শনৰ প্ৰৱৰ্তক কোন?  

7. The Vedanata school lays emphasis on knowledge or Jnana. (Write True or False)  

বেদান্ত সম্প্রদায়ে জ্ঞানৰ ওপৰ জোৰ দিয়ে। (সঁচা নে মিছা লিখা)  

8. Who is the author of ‘Brahmasutra’? 

‘ব্ৰহ্মসূত্র’ৰ গ্ৰন্থকাৰ কোন?  

9. Ramanuja offeres six / seven/ eight charges against the theory of Maya. (Choose the correct option) 

ৰামানুজে মায়াৰ বিৰুদ্ধে ছয় / সাত / আঠটা আপত্তি উল্লেখ কৰিছে। (শুদ্ধ  উত্তৰটো বাচি লোৱা)

 10. Why Samkara considers Brahman as Nirguna Brahman? 

শংকৰাচাৰ্যই কিয় ব্ৰহ্মক নিৰ্গুণ বুলি বিবেচনা কৰিছে?  

11. Ramanuja’s view of Vedanta is known as Visistadvaita or identity in difference. Why? 

ৰামানুজৰ দৰ্শনক বিশিষ্টাদ্বৈত বা বিভিন্নতাত ঐক্য জনা যায়। কিয়?  

12. Advaita Vedanta considers Maya as pure illusion. Is it true? 

অদ্বৈত বেদান্ত অনুসাৰে মায়া হৈছে মিথ্যা বা ভ্রম। এইটো সত্য নে?  

13. Ramanuja’s Brahman is known as Saguna / Nirguna Brahman. (Choose the correct one)  

ৰামানুজৰ ব্ৰহ্মৰ সগুণ / নিৰ্গুণ বুলি জনা যায়। (শুদ্ধ উত্তৰটো বাচি উলিওৱা  

14. Sankara’s Brahman is known as Saguna / Nirguna Brahman. (Choose the correct one) 

শংকৰৰ ব্ৰহ্মৰ সগুণ / নিৰ্গুণ বুলি জনা যায়। (শুদ্ধ উত্তৰটো বাচি উলিওৱা)  

15. Ramanuja’s theory is known as Brahman Parinsmavada/ Brahman Vivartavada. (Choose the correct one) 

ৰামানুজৰ দৰ্শনক ব্ৰহ্ম পৰিণামবাদ / ব্ৰহ্ম বিৱৰ্তবাদ বুলি জনা যায়। (শুদ্ধ উত্তৰটো বাচি উলিওৱা)  

16. Sankara’s theory is known as Brahman Parinsmavada/ Brahman Vivartavada. (Choose the correct one) 

শংকৰৰ দৰ্শনক ব্ৰহ্ম পৰিণামবাদ / ব্ৰহ্ম বিৱৰ্তবাদ বুলি জনা যায়। (শুদ্ধ  উত্তৰটো বাচি উলিওৱা) 

17. Are Brahman and Atman different in Samkara’s Advaita  Vedanta?  

শংকৰাচাৰ্যৰ অদ্বৈত বেদান্তত ব্ৰহ্ম আৰু আত্ম ভিন্ননেকি?  

18. According to Samkara, the world is a creation of 

শংকৰাচাৰ্যৰ মতে জগত ——ৰ সৃষ্টি।  

19. Ramanuja is the propounder of Visistadvaitavada. Is it true ? 

ৰামানুজ বিশিষ্ট্যদ্বৈতবাদৰ প্ৰৱৰ্তক। ই সত্যনে?

20. What are the two functions of Mayā in samkara’s Advaita Vedanta?  

শংকৰাচাৰ্যৰ অদ্বৈত বেদান্তত মায়াৰ ক্ৰিয়া দুটা কি কি?  

Board Questions :

ৰচনাধৰ্মী প্রশ্নঃ  

1. Critically examine the Sankara’s concept of Brahma. 

শংকৰাচাৰ্যৰ ব্ৰহ্মৰ ধাৰণাটো ব্যাখ্যা আৰু পৰীক্ষা কৰা।  

2. Discuss critically Samkara’s concept of Maya. 

শংকৰাচাৰ্যৰ মায়াৰ ধাৰণাটো আলচ কৰা।  

3. Discuss Samkara’s concept of Nirguna Brahman. Give two reasons to justify that Samkara is an Advaita thinker. 

শংকৰাচাৰ্যৰ নিৰ্গুণ ব্ৰহ্মৰ ধাৰণাটো আলচ কৰা। শংকৰাচার্য যে অদ্বৈতবাদী তাৰ সমৰ্থনত দুটা যুক্তি দিয়া। 

4. What are the important charges against the theory of Maya offered by Ramanuja? 

মায়াবাদৰ বিৰুদ্ধে ৰামানুজাচাৰ্যৰ প্ৰধান যুক্তিসমূহ কি কি?  

5. Distinguish between Sankara’s concept of Brahman and Ramanuja’s concept of Brahman.  

শংকৰাচাৰ্য আৰু ৰামানুজৰ ব্ৰহ্মৰ ধাৰণাৰ তুলনা কৰা।    

5. Discuss Ramanuja’s refutation of Maya.

ৰামানুজৰ মায়াবাদ খণ্ডন আলচ কৰা। 

6. Explain the relation between Brahman and Jiva in  Samkara’s philosophy. 

শংকৰচাৰ্যৰ দৰ্শনৰ ব্ৰহ্ম আৰু জীৱৰ সম্পৰ্ক ব্যাখ্যা কৰা।  

7. Describe briefly Rāmānuja’s conception of Brahman. 

ৰামানজৰ ব্ৰহ্ম সম্পৰ্কীয় ধাৰণাৰ চমু বৰ্ণনা আগবঢ়োৱা।  

Question Type-Bhabesh Bora.