প্ৰশ্নৱালী
( i ) অতি চমু উত্তৰৰ প্ৰশ্ন ( Questions of very short answers )
১। মন্ট – ফর্ড সংস্কাৰ কি ?
What is Mont – Ford Reofrm ?
উত্তৰঃ
২। দ্বৈত শাসন কি ?
What is diarchy ?
উত্তৰঃ
৩। অপচয় কি ?
What is wastage ?
উত্তৰঃ
৪। অনুন্নয়ন কি ?
What is stagnation ?
উত্তৰঃ
৫। বুনিয়াদী শব্দৰ অর্থ কি ?
What is the meaning of the term ‘ Basic ‘ ?
উত্তৰঃ
৬। ৱাৰ্ধা শিক্ষা সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল ?
In which year , Wardha Education Conference was held ?
উত্তৰঃ
৭। বুনিয়াদী শিক্ষাৰ প্ৰধান সমর্থক কোন আছিল ?
Who was the chief exponent of Basic Education ?
উত্তৰঃ
৮। বুনিয়াদী শিক্ষাৰ এটা বৈশিষ্ট্য লিখা ।
Write one characteristic of Basic education .
উত্তৰঃ
৯। বুনিয়াদী শিক্ষাৰ এটা অসুবিধা উল্লেখ কৰা ।
Mention one demerit of Basic education .
উত্তৰঃ
১০। গান্ধীজীয়ে ভাৰতত কেনে সমাজ সৃষ্টি কৰিব বিচাৰিছিল ?
What type of society did Gandhiji want to create in India ?
উত্তৰঃ
১১। চার্জেন্ট প্রতিবেদনৰ সদস্য সংখ্যা কিমান আছিল ?
How many members were there in Sargent Plan ?
উত্তৰঃ
১২। CABE ৰ সম্পূর্ণ গঢ়টো লিখা ।
Write the full form of CABE .
উত্তৰঃ
১৩। বিশ্ববিদ্যালয় অনুদান আয়ােগ স্থাপনৰ পৰামর্শ কোনে আগবঢ়াইছিল ?
Who advocated to established University Grant Commission .
উত্তৰঃ
১৪। চার্জেন্টৰ প্রতিবেদনত কিমানটা অধ্যায় আছিল ?
How many chapters were there in Sargent Report ?
উত্তৰঃ
( ii ) চমু উত্তৰ প্রশ্ন ( Answer of Short Questionss )
১। চাইমন কমিচনৰ বিষয়ে লিখা ।
Write about Simon Commission .
উত্তৰঃ
২। প্রাথমিক শিক্ষাৰ বিকাশৰ বাধাবােৰ কি কি ?
What are the hindrances in the path of progress of primary eduction .
উত্তৰঃ
৩। হার্টগ কমিটিৰ মতে মাধ্যমিক শিক্ষাৰ আসোঁৱাহবােৰ কি কি আছিল ?
What are the defects of secondary education according to Hartog Committee .
উত্তৰঃ
৪। মহিলা শিক্ষাৰ ক্ষেত্ৰত হার্টগ কমিটিয়ে কি কৈছিল ?
What does Hartog Committee say on women education ?
উত্তৰঃ
৫। জাকিৰ হুছেইন কমিটি প্রধান উদ্দেশ্যবােৰ উল্লেখ কৰা ।
Mention the main objectives of Zakir Hussain Committee .
উত্তৰঃ
৬। বুনিয়াদী শিক্ষাৰ চাৰিটা সুবিধা লিখা ।
Write four merits of basic education .
উত্তৰঃ
৭। চমুটোকা লিখা । ( Write short notes )
(i) বুদিয়াদী শইক্ষাৰ স্তৰ
Stages of Basic Education.
( i ) বুনিয়াদী শিক্ষাৰ পাঠ্যক্রম
Curriculum of Basic Education .
( i ) বুনিয়াদী শিক্ষাৰ লক্ষ্য
Aims of Basic Education .
( iv ) বুনিয়াদী শিক্ষাৰ শিক্ষাদান পদ্ধতি
Method of teaching of Basic Education .
৮ | চার্জেন্ট প্রতিবেদনৰ লক্ষ্যৰ বিষয়ে লিখা ।
Write about the aims of the Sargent Report .
উত্তৰঃ
৯। চার্জেন্ট প্রতিবেদন প্রধান পৰামৰ্শৰ দিশবােৰ কি কি ?
What are the main proposals of different aspect of Sargent Report ?
উত্তৰঃ
১০। চার্জেন্ট প্রতিবেদনৰ কাৰ্যকৰীকৰণৰ বিষয়ে লিখা ।
Write about the implementation of Sargent Report .
উত্তৰঃ
( iii ) দীঘল উত্তৰৰ প্ৰশ্ন ( Questions of Long Answers )
১। ভাৰতৰ প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত হার্টগ কমিটিৰ পর্যবেক্ষণ আৰু পৰামৰ্শবােৰ চমুকৈ আলােচনা কৰা ।
Discuss briefly on Hartog Committee’s observation and suggestions on primary Education in India .
উত্তৰঃ
২। শিক্ষাৰ পুনৰ গঠনৰ ক্ষেত্ৰত হার্টগ কমিটিৰ পৰামর্শবােৰৰ মূল্যায়ণ কৰা ।
Evaluate the recommendations of Hartog Committee for reforms on education .
উত্তৰঃ
৩। শিক্ষাৰ ক্ষেত্ৰত হার্টগ কমিটিৰ পৰামৰ্শাৱলী আলােচনা কৰা ।
Discuss the recommendations of Hartog Committee regarding education .
উত্তৰঃ
৪। বুনিয়াদী শিক্ষাৰ বৈশিষ্ট্যবােৰ কি কি ? ভাৰতত এই শিক্ষাৰ বিফলতা তুমি কেনেকৈ ব্যাখ্যা কৰিবা ।
What are the characteristics of Basic Education ? How would you account for its failure in India ?
উত্তৰঃ
৫। বুনিয়াদী শিক্ষা আঁচনিৰ মূল্যায়ণ কৰা ।
Evaluate the Basic Education System .
উত্তৰঃ
৬। চার্জেন্ট প্রতিবেদৰ প্ৰধান পৰামর্শবােৰ দেখুওৱা ।
Outline the main recommendations of the Sargent Commitee .
উত্তৰঃ
Type: Ankur Raj Deka