বৃটিছ ভাৰতৰ্ষৰ শিক্ষাঃ আৰম্ভণি (Education in British India : The Beginning) Chapter 2 Question and Answer Assam | B.A 2nd Semester Education Question and Answer Assamese Medium | B.A 2nd Semester Education Suggestion | B.A 2nd Semester Education Book Solution | B.A 2nd Semester Education Free Notes | B.A 2nd Semester Education Solution | বৃটিছ ভাৰতৰ্ষৰ শিক্ষাঃ আৰম্ভণি (Education in British India : The Beginning) পাঠটোৰ প্ৰশ্ন-উত্তৰ

প্ৰশ্নাৱলী

(I) অতি চমু উত্তৰৰ প্ৰশ্ন (Question of very shot  Answer)

(১) দেশীয় শিক্ষা ব্যৱস্থা কি?

What is Indigenous education system?

উত্তৰঃ

(২) সত্ৰসমূহ কোনে স্থাপন কৰিছিল ?

Who established the Satras?

উত্তৰঃ

(৩) ভাৰতবৰ্ষলৈ অহা প্ৰথম ইউৰোপীয়ানসকল কোন আছিল ?

Who Were the Europeans Who came to India for the first time.

উত্তৰঃ

(৪) মনিটৰিয়েল পদ্ধতি বুলিলে কি বুজা?

What do you mean by Monitorial system?

উত্তৰঃ

(৫) মণিটৰিয়েল পদ্ধতি বুলিলে কি বুজা?

Who introduced Monitorial System?

উত্তৰঃ

(৬) শ্ৰীৰামপুৰ ত্ৰয়ী বুলি কাক কোৱা হয়?

Who in know as “Serampore Trio”?

উত্তৰঃ

(৭) প্ৰথম অসমীয়া ব্যায়াকৰণ “Grammar of the Assamese Language” কোনে প্ৰকাশ কৰিছিল?

Who published the first Assamese Grammar book “Grammer of the Assmese Language? 

উত্তৰঃ

(৮) গুৱাহাটীত বেপ্তিষ্ট চাৰ্ছ কিমান চনত স্থাপন কৰা হৈছিল?

in Which year the Baptists Church was established in Guwahati? 

উত্তৰঃ

(৯) জানানা স্কুল কি?

What is Janana School?

উত্তৰঃ

(১০) নিম্নমুখী পৰিশ্ৰাৱণ নীতি কি?

What is Downward Filteration Theory?

উত্তৰঃ

(II) চমু উত্তৰৰ প্ৰশ্ন (Questions of short Answer)

(১) দেশীয় শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। 

Write two Characteristics of Indigenous education System. 

উত্তৰঃ

(২) দেশীয় শিক্ষাৰ বিদ্যালয়ৰ বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰা।

Mention Different Types of Indigenous educational Schools.

উত্তৰঃ

(৩) দেশীয় শিক্ষাৰ দুটা সবলতা লিখা।

Write two merits of Indigenous education system.

উত্তৰঃ

(৪) দেশীয় শিক্ষাৰ দুটা দুৰ্বলতা লিখা।

Write two demerits of Indigenous education system.

উত্তৰঃ

(৫) দেশীয় শিক্ষা অকৃতকাৰ্য হোৱাৰ দুটা কাৰণ লিখা।ট

write two causes of downfall of the Indigenous education system.

উত্তৰঃ

(৬) জনশিক্ষাত নামঘৰৰ ভূমিকা কি?

What is the role of Namghar in mass education?

উত্তৰঃ

(৭) চাৰ্টাৰ আইনৰ গুৰুত্ব লিখা।

Write the importance of Charter Act 1813.

উত্তৰঃ

(৮) প্ৰচ্য-পাশ্চাত্যৰ বিবাদ কি?

What is Anglicists-Classicists Controversy?

উত্তৰঃ

( ৯ ) মেলেৰ প্রতিবেদনৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।

 Mention four characteristics of Macaulay’s Minute . 

উত্তৰঃ

 ( ১০ ) মেলেৰ প্রতিবেদনৰ দুটা দুর্বলতা লিখা । 

Write two demerits of Macaulay’s Minute .

উত্তৰঃ

( ১১ ) নিম্নমুখী পৰিশ্ৰাৱণ নীতিৰ কাৰণসমূহ কি কি ? 

What are the causes of Downward Filteration Theory ? 

উত্তৰঃ

( ১২ ) নিম্নমুখী পৰিশ্ৰাৱণ নীতিৰ ব্যর্থতাৰ দুটা কাৰণ লিখা । 

Write two causes of failure of Downward Filteration Theory .

উত্তৰঃ

( iii ) দীঘল উত্তৰৰ প্ৰশ্ন ( Answers of Long question ) 

(১) ১৮১৩ চনৰ চাৰ্টাৰ আইন কি ? এই আইনখনক কিয় ভাৰতবৰ্ষৰ আধুনিক শিক্ষাৰ ভেঁটি হিচাপে অভিহিত কৰা হয় ? 

What is Charter Act of 1813 ? Why this Act is called as the foundation stone of Modern education in India ? 

উত্তৰঃ

( ২ ) দেশীয় শিক্ষা কি ? দেশীয় শিক্ষাৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা? 

What is Indigenous education System ? Discuss the characteristics of indigenous education system .

উত্তৰঃ

( ৩ ) দেশীয় শিক্ষাৰ সবলতা আৰু দুর্বলতাসমূহ আলােচনা কৰা ।

 Discuss the merits and demerits of Indigenous education System .

উত্তৰঃ

( ৪ ) দেশীয় শিক্ষা অকৃতকার্য হােৱাৰ কাৰণসমূহ কি কি ? 

What are the causes of downfall of Indigenous education System ?

উত্তৰঃ 

( ৫ ) ভাৰতবৰ্ষত মিছনেৰীসকলৰ কাৰ্য্যসমূহ বর্ণনা কৰা । 

Describe the Missionary activities in India . 

উত্তৰঃ

অসমৰ শিক্ষাত মিছনেৰীসকলৰ কার্যসমূহ আলােচনা কৰা । 

Discuss the Missionary activities towards education in Assam .

উত্তৰঃ 

( ৭ ) প্রাচ্যপন্থী আৰু পাশ্চাত্যপন্থীৰ মাজত কি বিষয়সমূহ লৈ বিবাদ হৈছিল ? 

On what issues the controversies arose between the Anglicists and classicists ? 

উত্তৰঃ

( ৮ ) মেলেৰ প্রতিবেদনৰ ওপৰত চমুকৈ বর্ণনা কৰা । 

Explain briefly on Macaulay’s Minute 

উত্তৰঃ

ভাৰতীয় শিক্ষালৈ মেলেই আগবঢ়োৱা অৰিহণাৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

Discuss briefly about the contribution of Lord Macaulay’s to Indian education . 

উত্তৰঃ

( ১০ ) নিম্নমুখী পৰিশ্ৰাৱণ নীতি কি ? ইয়াৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা । 

What is downward Filteration theory ? Discuss the characteristics of downward Filteration theory .

উত্তৰঃ

Type: Ankur Raj Deka