বুদ্ধি অভীক্ষা
(Intellingence Test)
প্ৰশ্নাৱালী
- বুদ্ধি কি?
What is intelligence?
উত্তৰঃ - বুদ্ধিৰ এটা সংজ্ঞা লিখা।
Write a definition of intelligence.
উত্তৰঃ - টাৰমেনে আগবঢ়োৱা বুদ্ধিৰ সংজ্ঞাটো লিখা।
Write the definition of intelligence given by terman.
উত্তৰঃ - বুদ্ধিৰ এটা বৈশিষ্ট লিখা।
Write two characteristics of intelligence .
উত্তৰঃ - বুদ্ধি অভীক্ষা কি ?
What is intelligence test?
উত্তৰঃ
6 . চনত কোনে পােনপ্ৰথমে পিছপৰা ল’ৰা – ছােৱালীৰ স্কুল প্রতিষ্ঠা কৰিছিল ?
Who had established first school for the backward children in the year 1837 ?
উত্তৰঃ
- জার্মানীত প্রথমে কোনে পৰীক্ষণ গৱেষণাগাৰ স্থাপন কৰিছিল ? Who had established first experimental laboratory in Germany.
উত্তৰঃ
8 . কিমান চনত উইলহেম উন্দয়ে প্রথম পৰীক্ষণ গৱেষণা স্থাপন কৰিছিল ?
In which year Wilhen Wundt established first experimental laboratory ?
উত্তৰঃ
9 . উন্দৰ পৰীক্ষণ গৱেষণাগাৰত প্রশিক্ষণ লােৱা দুজন মনােবিজ্ঞানীৰ নাম লিখা ।
Name two psychologists who had taken training in experimental laboratory of Wundt .
উত্তৰঃ
- পদ্ধতিগতভাৱে আৰম্ভ কৰা পৰীক্ষণ আন্দোলনৰ জড়িত থকা মনােবিজ্ঞানী গৰাকীৰ নাম লিখা ।
উত্তৰঃ
Write name the psychologist who had systematically started the experimental movement .
উত্তৰঃ ll . ব্যক্তি পার্থক্য নির্ণয় কৰিবলৈ পােনতে ব্যৱহাৰ কৰা “পাৰিসাংখ্যিক পদ্ধতিৰ ” ” Anthropometric Laboratory ” কোনে স্থাপন কৰিছিল ?
Who had established ” Anthropometric Laboratory ” ?
উত্তৰঃ
12 . “ পাৰিসাংখ্যিক পদ্ধতিৰ ” ব্যক্তিগৰাকীৰ নাম লিখা ।
Name the first individual who had used ” Statistical Method ” for determining individual differences .
উত্তৰঃ
13 . কোনে প্রতিক্রিয়া কালৰ ওপৰত গৱেষণা কৰা ডক্টৰেট ডিগ্রী পাইছিল ?
Who had got doctoral degree for conducting research on reaction time .
উত্তৰঃ
14 . কোনে প্রথম বাৰৰ বাবে “ মানসিক অভীক্ষা ” নামটো ব্যৱহাৰ কৰিছিল ?
Who had used the name ” Mental test for the first time ?
উত্তৰঃ
15 . কোনে বিজ্ঞানসম্মতভাৱে বিশ্লেষণৰ ওপৰত ভিত্তি কৰি বুদ্ধি অভীক্ষাৰ বিকাশ কৰিছিল ?
Who had developed intelligence test based on scientific analysis ?
উত্তৰঃ
16 . কিমান চনত বিনেই – চাইমন অভীক্ষাৰ প্রথম প্রকাশ হৈছিল ?
In which year Binet – Simon test was published ?
উত্তৰঃ
17 . কিমান চনত বিনেই – চাইমন অভীক্ষাৰ তৃতীয় সংস্কৰণ হৈছিল ?
In which year third revision of Binet – Simon test was made ?
উত্তৰঃ
18 . ব্যক্তিগত বুদ্ধি অভীক্ষা কি ?
What is individual intelligence test ?
উত্তৰঃ
- ব্যক্তিগত বুদ্ধি অভীক্ষাৰ ভাগসমূহ কি কি ?
What are the types of individual intelligence test ?
উত্তৰঃ - ব্যক্তিগত অভাষিক বুদ্ধি অভীক্ষাৰ দুটা উদাহৰণ দিয়া ।
Give two examples of individual non – verbal test .
উত্তৰঃ - ব্যক্তিগত বুদ্ধি পৰীক্ষাৰ দুটা গুণ উল্লেখ কৰা ।
Mention two merits of individual intelligence test .
উত্তৰঃ - ব্যক্তিগত বুদ্ধি অভীক্ষাৰ দুটা দোষ উল্লেখ কৰা ।
Mention two demerits of individual intelligence test .
উত্তৰঃ - সমূহ অভীক্ষা কি ?
What is group intelligence test ?
উত্তৰঃ 24 . সমূহ অভীক্ষাৰ প্ৰকাৰসমূহ কি কি ?
What are the types of group intelligence test ?
উত্তৰঃ
25 ভাষা প্রধান সমূহ বুদ্ধি অর্ভীক্ষাৰ দুটা উদাহৰণ দিয়া ।
Give two examples of group verbal intelligence test .
উত্তৰঃ
26 . ভাষাহীনসমূহ বুদ্ধি অভীক্ষাৰ দুটা উদাহৰণ দিয়া ।
Write two examples of group non verbal intelligence test ?
উত্তৰঃ
- সমূহ বুদ্ধি পৰীক্ষাৰ দুটা গুণ আৰু দুটা দোষ লিখা ।
Write two merits and two demerits of group intelligence test .
উত্তৰঃ - ব্যক্তিগত বুদ্ধি পৰীক্ষা আৰু সমূহ বুদ্ধি পৰীক্ষাৰ চাৰিটা পার্থক্য লিখা ।
Write four points of differences between individual intelligence test and group intelligence tes .
উত্তৰঃ 29 . কিমান চনত ষ্টে’র্ড বিনে – চাইমন মাপকাঠী প্রস্তুত কৰা হৈছিল?
In write year standford Binet – Simon Scale was made?
উত্তৰঃ
30 . কোনটো মাপকাঠীত পােনপ্ৰথমে “ মানসিক বয়সৰ ধাৰণাটো ব্যৱহাৰ কৰা হৈছিল?
In which scale the concept of ” mental age ” was introduced for the first time.
উত্তৰঃ
- কোনটো মাপকাঠী আৰু কিমান চনত বিচ্যুত বুদ্ধ্যংক ধাৰণাৰ ব্যৱহাৰ কৰা হৈছিল?
In which scale and year , the concept of Deviation I. Q. was introduced for the first time?
উত্তৰঃ - বিচ্যুত বুদ্ধ্যংক কি?
What is Deviation I. Q.
উত্তৰঃ 33 . চনৰ ষ্টেনফ’র্ড – বিনে সংস্কৰণ মাপকাঠীৰ লগত জড়িত ব্যক্তিসকল কোন কোন আছিল?
Who are the individuals associated with the publication of revision of the Standford Binet Scale of 1986.
উত্তৰঃ - আর্মি আলফা অভীক্ষা বুলিলে কি বুজা?
What do you mean by Army Alpha Test?
উত্তৰঃ
35 . কিমান চনত আর্মি আলফা অভীক্ষাৰ সংস্কৰণ হৈছিল?
In which year Army Alpha test was revised.
উত্তৰঃ
- আর্মি বিটা অভীক্ষা কি?
What is Army Beta Test? - সম্পাদনী অভীক্ষা কি?
What is performance test?
উত্তৰঃ 38 , দুটা বিখ্যাত সম্পাদনী অভীক্ষাৰ উল্লেখ কৰা।
Mention two famous performance test.
উত্তৰঃ 39 সম্পাদনী অভীক্ষাৰ দুটা গুণ আৰু দুটা দোষ লিখা।
Write two merits and demerits of performance test.
উত্তৰঃ - ভাটিয়া সম্পাদনী অভীক্ষাৰ উপ – অভীক্ষাসমূহ উল্লেখ কৰা।
Mention the sub – test of Bhatia Performance test.
উত্তৰঃ - কিমান চনত রেচাৰে নিজৰ মাপকাঠী প্রস্তুত কৰিছিল?
In which year Wechsler prepared his scale?
উত্তৰঃ
42 . কিমান চনত বেলাৰ শিশু বুদ্ধি অভীক্ষা প্রকাশ হৈছিল?
In which year Wechsler Intelligence Scale for Children was published?
উত্তৰঃ
43 বয়স কাঠী কি?
What is age scale?
উত্তৰঃ
44 . নম্বৰ কাঠী কি?
What is Point scale?
উত্তৰঃ - বয়সকাঠী আৰু নৰ কাঠৰ পার্থক্য বিচাৰ কৰা ?
Differentiate between age scale and point scale.
উত্তৰঃ - বুদ্ব্যাংক কি?
What is intelligence quotient ?
উত্তৰঃ
47 . ১৯০৫ চনৰ বিনে – চাইমন মাপকাঠীৰ চমুকৈ আলােচনা কৰা ? Discuss briefly the Binet – Simon Scale of 1905
উত্তৰঃ - 1908 চনৰ বিনে চাইমন অভীক্ষাৰ সংস্কৰণটো আলােচনা কৰা ।
Discuss the revision of Binet – Simon Scale of 1908
উত্তৰঃ - 1911 চন আৰু 196 চনৰ বিনে – চাইমন মাপীৰ সংস্কৰণৰ বিষয়ে আলােচনা কৰা ।
Discuss the revision of Binet – Simon Scale of 1911 and 1916 .
উত্তৰঃ
50 . 1937 চনৰ ষ্টেনফর্ড – বিনে মাপকাঠীৰ আলােচনা কৰা ?
Discuss the Standford – Binet Scale of 1937
উত্তৰঃ
51 . আমি বিটা অভীক্ষাৰ এটা চমুটোকা লিখা ।
Write a brief note on Army Alpha Test
উত্তৰঃ - আর্মি বিটা অভীক্ষাৰ বিষয়ে চমু বর্ণনা কৰা ।
Describe shortly about Army Beta Test .
উত্তৰঃ
53 ভাটিয়া সম্পাদনী অভীক্ষাৰ বিষয়ে আলােচনা কৰা ।
Discuss about the Bhatia’s Performance Test .
উত্তৰঃ
54.ৱেচলাৰ প্রাপ্তবয়স্ক বুদ্ধি অভীক্ষাৰ বিষয়ে বর্ণনা কৰা ।
Describe the Weshsler Adult Intelligence Scale .
উত্তৰঃ - 1936 চনৰ ৱেলচাৰ মাপকাঠীৰ মূলাংকন কৰা।
Evaluate the Weshsler scale of 1936.
উত্তৰঃ - শিক্ষাত বুদ্ধি পৰীক্ষাৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা ।
Discuss the uses of intellingence test in education.
উত্তৰঃ - বুদ্ধি অভীক্ষাৰ দোষসমূহ আলোচনা কৰা।
Discuss the demerits of intellegnce test.
উত্তৰঃ
Type: Ankur Raj Deka