বিনিময় প্ৰথাৰ অসুবিধাসমূহ লিখা?

উত্তৰঃ বিনিময় প্ৰথাৰ অসুবিধাসমূহ হল – (১) সংগতিবিহীন অভাৱ (২) হিচাপ-নিকাচৰ উমৈহতীয়া এককৰ অভাৱ (৩) বিভাজনীয়তাৰ অসুবিধা (৪) মূল্যৰ ভাণ্ডাৰৰ অভাৱ।