পৰৱৰ্তী উইটগেনষ্ঠাইন | Chapter 4 | Later Wittgenstein | BA GU Philosophy Major Solution Assamese Medium | Guwahati University |

পৰৱৰ্তী উইটগেনষ্ঠাইন

Later Wittgenstein

Chapter 4

                                                                    প্ৰশ্নাৱলী

1. Explain and examine the language game theory of Wittgenstein. (G.U 2015,2016,2017)

 উইটগেইনষ্ঠাইনৰ ভাষা-খেল মতবাদ ব্যাখ্যা আৰু পৰীক্ষা  কৰা।

2. Explain how Wittgenstein use language as a tools.

 উইটগেইনষ্ঠাইনে ভাষাক কিদৰে সঁজুলি হিচাপে ব্যৱহাৰ কৰিছে, ব্যাখ্যা কৰা।

3. How do you play games with language? Examine Wittgenstein’s view. (G.U.2018)

ভাষাৰ জৰিয়তে আমি কিদৰে খেল খেলো? এই সন্দৰ্ভত ৱিটগেনষ্টাইনৰ মত পৰীক্ষা কৰা।

4. How does Wittgenstein compare words with tools? What are the various functions that we perform with language? Explain after Wittgenstein. (G.U.2017)

 উইটগেইনষ্ঠাইনে শব্দক কিয় সঁজুলিৰ লগত তুলনা কৰিছে? ভাষাৰ সহায়ত আমি সমাপণ কৰা বিভিন্ন কাৰ্যবোৰ কি কি?  উইটগেইনষ্ঠাইনৰ মতানুসৰি ব্যাখ্যা কৰা।

5. Explain the concept of family resemblances.

পৰিয়াল সাদৃশ্যৰ ধাৰণাটো ব্যাখ্যা কৰা।

6. What is private language argument? How did Wittgenstein refute it? Explain.

ব্যক্তিগত ভাষা সম্পৰ্কীয় যুক্তি বুলিলে কি বুজা?  উইটগেইনষ্ঠাইনে ইয়াক কিদৰে খণ্ডন কৰিছে? ব্যাখ্যা কৰা।

7. Discuss Wittgenstein’s refutation of private language argument.

 উইটগেইনষ্ঠাইনৰ ব্যক্তিগত ভাষা সম্পৰ্কীয় যুক্তি খণ্ডনৰ বিষয়ে আলোচনা কৰা।

8. ” Language is not one uniform think but a host of different activities.” Explain with reference to Wittgenstein.

”Language is not one uniform thing but a host of different activities.”

 উইটগেইনষ্ঠাইনক অনুসৰণ কৰি ব্যাখ্যা কৰা।

9. Explain briefly the concept of ‘family resemblance’ of Wittgenstein. (G.U.2016)

 উইটগেইনষ্ঠাইনৰ ‘পৰিয়ালৰ সাদৃশ্য’ ধাৰণাৰ ওপৰত চমু ব্যাখ্যা দিয়া।

10. Explain briefly Wittgenstein’s view on private language.

 উইটগেইনষ্ঠাইনৰ ব্যক্তিগত ভাষা সম্পৰ্কীয় মতবাদটো চমুকৈ ব্যাখ্যা কৰা।

11. How does Wittgenstein refute the philosophical ideas of Tractatus? Discuss.

 উইটগেইনষ্ঠাইনে ট্ৰাক্টেটাচৰ দাৰ্শনিক ধাৰণাসমূহক কেনেদৰে খণ্ডন কৰিছে? আলোচনা কৰা।

12. How did Wittgenstein in his concept of language games demonstrate the link between meaning and use? (G.U.2015)

 উইটগেইনষ্ঠাইনে তেওঁৰ ভাষা-খেল মতবাদত অৰ্থ আৰু প্ৰয়োগৰ সংযোগক কেনেদৰে ব্যাখ্যা কৰিছে?

13. Discuss briefly about Wittgenstein’s view on forms of life. (G.U.2016)

 উইটগেইনষ্ঠাইনৰ ‘জীৱনৰ চালিকা শক্তি’ৰ ওপৰত চমুকৈ আলোচনা কৰা।

Short Questions:

1. Don’t ask (look) for meaning, ask for use.” Whose statement is this ?

‘ভাষাৰ অৰ্থ নহয়, দেখিবা তাৰ ব্যৱহাৰ।” এই উক্তিটো কাৰ?

2. Who is the propounder of use theory of meaning?

অৰ্থৰ প্ৰয়োগ তত্ত্বৰ প্ৰৱৰ্তক কোন?

3. What is use theory of meaning?

অৰ্থৰ প্ৰয়োগ তত্ত্ব মানে কি?

4. What is family resemblance? (G.U.2015,2017)

পাৰিবাৰিক সাদৃশ্য কি ?

5. What do you mean by private language argument?

ব্যক্তিগত ভাষা সম্পৰ্কীয় যুক্তি বুলিলে কি বুজা?

6. Who is the propounder of private language argument?

ব্যক্তিগত ভাষা সম্পৰ্কীয় যুক্তিৰ প্ৰৱতক কোন?

7. ‘Don’t look for  meaning ,look for use .’ Who said?

 ‘Don’t look for  meaning ,look for use .’ কোনে কৈছে?

8. ”Language has no single essence. ”Who expressed this view?

‘ভাষাৰ কোনো একক সাৰসত্তা নাই।’ এই উক্তিটো কোনো আগবঢ়াইছে?

9. The resemblances exhibited by language games are called—— resemblances.(Fill in the gap)

ভাষা খেলৰ দ্বাৰা প্ৰদৰ্শিত সাদৃশ্য হ’ল ………… সাদৃশ্য। (খালী ঠাই পূৰ কৰা)

10. Name the book in which Wittgenstein Presented his theory of language game.

ভাষা-খেল মতবাদটোক উপস্থাপন কৰা  উইটগেনষ্টাইনৰ গ্ৰন্থখনৰ নাম লিখা।

11. Name the book in which Wittgenstein refuted his picture theory of meaning.

অৰ্থৰ প্ৰতিবিম্ববাদক খণ্ডন কৰা উইটগেনষ্টাইনৰ গ্ৰন্থখনৰ নাম লিখা।

12. What was Wittgenstein’s grave mistake?

উইটগেনষ্টাইনৰ মাৰাত্মক ভুলটো কি আছিল?

13. ‘Language is a part of an activity,or of a form of life’ Who expressed this view?

‘Language is a part of an activity,or of a form of life’. এই উক্তিটো কোনো প্ৰকাশ কৰিছে?

14. According to Wittgenstein———- form a family.(Fill in the gap)

উইটগেনষ্টাইনৰ মতে——— পৰিয়াল গঠন কৰে। (খালী ঠাই পূৰণ কৰা)

15. What is the concept by which Wittgenstein rejected the view that language has one essence? (G.U.2015)’

কোনো ধাৰণা অনুসৰি ৱিটগেনষ্টাইনে ভাষাৰ একক সাৰসত্তাৰ মতবাদক অস্বীকাৰ কৰিছে?

16. Write the name of the book representing Wittgenstein later philosophy. (G.U.2018)

ৱিটগেনষ্টাইনৰ পৰৱৰ্তী দৰ্শনিক প্ৰতিনিধিত্ব কৰা গ্ৰন্থখনৰ নাম লিখা।

17. ‘Language has many functions ‘The Philosopher associated with this view is

‘ভাযাৰ বিভিন্ন ক্ৰিয়া আছে।’ এই মতটোৰ লগত জড়িত দাৰ্শনিকজন হৈছে

(i) Russell

ৰাছেল

(ii) Moore

মূৰ

(iii) Early Wittgenstein

পূৰ্বকালীন উইটগেনষ্টাইন

(iv) Later Wittgenstein

পৰৱৰ্তীকালীন উইটগেনষ্টাইন

                                                  (Choose the correct alternative)

                                                   (শুদ্ধ বিকল্পটো বাছি উলিওৱা)

DIKHA BORA