প্ৰথম বিশ্ব মহাযুদ্ধৰ পিছত কি আন্তৰ্জাতিত সংস্থা গঠিত হৈছিল?

উত্তৰঃ প্ৰথম বিশ্ব মহাযুদ্ধৰ যুদ্ধই ভয়াৱহতা আৰু অবৰ্ণনীয় ধ্বংসলীলাই আকৌ এবাৰ বিশ্ববাসীক ভয়াৰ্ত কৰি তোলাৰ বাবেই পুনৰ চিন্তা কৰা হ’ল আন এক বিশ্ব সংস্থা গঠনৰ কথা।