প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ  প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৫১ চনত আৰম্ভ  হৈছিল।