পৌৰাণিক নাটক কাক বোলে ? পৌৰাণিক নাটকৰ বৈশিষ্ট্যসমূহ কি কি ?

পৌৰাণিক কাহিনী অর্থাৎ মহাকাব্য পুৰাণ আদিৰ পৰা বিষয়বস্তু লৈ ৰচনা কৰা নাটককেই পৌৰাণিক নাটক বোলে। পৌৰাণিক নাটকত দুঃসাহসিক বীৰত্বব্যঞ্জক ঘটনা , দৈৱ প্ৰভাৱ বা অলৌকিক বা অতিপ্রাকৃত উপাদান , ধৰ্মৰ প্ৰভাৱ এইবোৰ সাধাৰণ বৈশিষ্ট্য ।