পথ পৰিবহনৰ দুটা সুবিধা লিখা?

উত্তৰঃ (ক) পথ পৰিবহণ সুচন বেগী আৰু নিৰ্ভৰযোগ্য, (খ) ই সৰু আৰু ভিতৰুৱা ঠাইসমূহৰ লগত সহজে সংযোগ স্থাপন কৰিব পাৰে, (গ) পাহাৰ, মালভূমি আৰু সমভূমিৰ মাজত পথ পৰিবহণে সুন্দৰকৈ যাতায়াতৰ সুবিধা দিব পাৰে, (ঘ) কৃষি, শিল্প আদিৰ উপাদিত সামগ্ৰীসমূহৰ পৰিবহণৰ ক্ষেত্ৰত পথ পৰিবহণ ব্যৱস্থা বিশেষভাৱে উপযোগী, (ঙ) পথ পৰিবহণ ব্যৱস্থাৰ মেৰামতি নিৰ্মণ আদিৰ ক্ষেত্ৰত অন্য পৰিবহণ ব্যৱস্থাৰ তুলনাত খৰচ কম হয়, (চ) বিভিন্ন পৰ্য্যটন কেন্দ্ৰৰ মাজত ভালদৰে সংযোগ স্থাপন কৰি ৰাজ্যখনৰ পৰ্যটন উদ্যোগক আগুৱাই নিয়াত পথ পৰিবহণ ব্যৱস্থাই প্ৰত্যক্ষভাৱে সহায় কৰে।