ধাতু আৰু অধাতুৰ পাৰ্থক্য় লিখা ?

ধাতুবােৰে ধণাত্মক আধান উৎপন্ন কৰে কিন্তু অধাতুরে ঋণাত্মক আধান উৎপন্ন কৰে।ধাতুৱে ক্ষাৰকীয় অক্সাইড গঠন কৰে। কিন্তু অধাতুৱে আম্লিক অক্সাইড গঠন কৰে। ধাতুৰ হাইড্রাইডবােৰ আয়নীয় প্ৰকৃতিৰ আনহাতে অধাতুৰ হাইড্রাইডবােৰ সহযােজী প্রকৃতি।