দৰং জিলাৰ দুটা লোক-নৃত্য উল্লেখ কৰা?

উত্তৰঃ অসমত শাস্ত্ৰীয় উপাদানেৰে সমৃদ্ধ নৃত্য কেইবিধমান হ’ল সত্ৰীয়া নৃত্য, মঠ মন্দিৰৰ লগত জড়িত নটীনাচ আৰু ওজাপালি। এই নৃত্য কেইবিধৰ ভিতৰত ওজাপালি নৃত্য দৰঙত বহুল ভাৱে চৰ্চিত আৰু প্ৰচলিত। বিয়াহৰ ওজাপালি দৰঙত সভাগোৱা ওজাপালি নামে খ্যাত।