জৈৱ ৰসায়ন কাক কোৱা হয় ?

জৈৱ ৰসায়ন হৈছে জীৱিত প্ৰাণীৰ শৰীৰৰ ভিতৰত আৰু শৰীৰৰ লগত জড়িত সকলোধৰণৰ ৰাসায়নিক প্ৰক্ৰিয়া। বিংশ শতিকাৰ শেষ দশকৰ পৰা জীৱৰ জীৱন প্ৰক্ৰিয়াৰ জটিলতাসমূহ জৈৱৰসায়নৰ সহায়ত সফলভাৱে বৰ্ণনা কৰিব পৰা হৈছে।