চৰকাৰৰ অংগসমূহ (Organs of The Government) | Chapter (2) 1 | B.A 1st Semester Political Science Question and Answer Solution Assamese Medium | TDC 1st Semester Political Science Gauhati University Question and answer Notes and Suggestion Solution Assamese Medium | B.A 1st Semester Gauhati University Political Science Question and Answer Notes and Suggestion Solution Assamese Medium | চৰকাৰৰ অংগসমূহ পাঠটোৰ প্ৰশ্ন উত্তৰ

১। ভাৰতীয় সংসদৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

Discuss the composition, powers and functions of the Union Parliament.

২। লোকসভাৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী বৰ্ণনা কৰা।

Describe the composition, powers and functions of the Lok Sabha (House of People).

৩। ৰাজ্যয়ভাৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী ব্যাখ্যা কৰা। কি কাৰণত লোকসভাক ৰাজ্যভাতকৈ অধিক ক্ষমতাসম্পন্ন বুলি কোৱা হয়?

Explain the composition, powers and functions of the Rajya Sabha Council of States. On what grounds Lok Sabha is regarded as more powerful the Rajya Sabha.

৪। লোকসভাৰ অধক্ষ্যৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

Discuss the Powers and functions of the speaker of the Lok Sabha.

৫। লোকসভা আৰু ৰাজ্যসভাৰ সম্পৰ্ক আলোচনা কৰা। 

Discuss the relationship between the Lok Sabha and Rajya Sabha.

৬। কেন্দ্ৰীয় সংসদৰ সমিতি-ব্যৱস্থা বিশ্লেষণ কৰা।

Analyse the Committee System of the Union Parliament.

৭। ভাৰতীয় সংসদীয় ব্যৱস্থাত ৰাজ্যসভাৰ তাৎপৰ্য কি, আলোচনা কৰা।

Discuss the significance of the Rajya Sabha in the Indian parliamentary system.

৮। ভাৰতীয় সংসদত বিৰোধী দলৰ ভূমিকাৰ বি,য়ে আলোচনা কৰা।

Discuss the role of the opposition Party in the Indian Parliament.

৯। লোকসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী বিশ্লেষণ কৰা। ৰাজ্যসভাৰ লগত ইয়াৰ সম্পৰ্ক উল্লেখ কৰা।

Analyse the powers and functions of the Lok Sabha. Point out its relationship with Rajya Sabha.

১০। অৰ্থবিলৰ সংজ্ঞা দিয়া আৰু ভাৰতৰ সংসদত এই বিষয়ক গ্ৰহণৰ পদ্ধতি আলোচনা কৰা।

Define Money Bill discuss the procedure of its enactment in Parliament of India.

১১। ৰাজ্যসভাৰ সভাপতিৰূপে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

Discuss the role of Vice-President of India as the Chairperson of Rajya Sabha.

১২। চমু টোকাঃ (ক) দ্বি-সদনীয় বিধানসভা (খ) লোকসভাৰ অধ্যক্ষ

Type Himanku Bora