‘চামুৰাই’ কবিতাটোত উল্লেখ কৰা চামুৰাইসকল অসমৰ কোন ঠাইত বাস কৰে ?

উত্তৰ : ‘চামুৰাই’ সকল কপিলীপাৰত বাস কৰে ।