ক। উচ্চাৰণাত্মক অথবা পৰম্পৰাগত ধ্বনিবিজ্ঞানঃ

ইয়াত মৌখিক ধ্বনিসমূহৰ উচ্চাৰণৰ পাৰস্পৰিক সম্পৰ্ক অধ্যয়ন কৰা হয়। ই মানুহৰ বাক্যন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিসমূহৰ অধ্যয়ণ প্ৰণালী।