Chapter 3
ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কীয় প্ৰমাণ বা যুক্তি
(Proofs for the Existence of God)
প্ৰশ্নাৱলী
- What are the traditional proofs for the existence of God ? Explain them briefly .
ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় পৰম্পৰাগত যুক্তিসমূহ কি কি ? সেইবোৰ চমুকৈ আলোচনা কৰা ।
উত্তৰঃ
- Explain and examine the ontological argument for the existence of God . ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় তাত্ত্বিক যুক্তিটো ব্যাখ্যা আৰু পৰীক্ষা কৰা ।
উত্তৰঃ
3 . Critically discuss the teleological argument for the existence of God .
ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় উদ্দেশ্যমূলক যুক্তিটো সমালোচনাসহ আলোচনা কৰা ।
উত্তৰঃ
- Discuss the causal argument for the existence of God . Is it satisfactory ?
ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় কাৰ্য – কাৰণ যুক্তিটো আলোচনা কৰা ৷ এইটো সন্তোষজনক নে ?
উত্তৰঃ
5 . Explain critically the cosmological proof for the existence of God .
ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় বিশ্বতত্ত্বমূলক যুক্তিটো সমালোচনা সহ ব্যাখ্যা কৰা ।
উত্তৰঃ
6 . What is moral argument ? Is it a satisfactory proof for the existence of God ? Discuss .
নৈতিক যুক্তি কি ? এইটো ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় সন্তোষজনক প্রমাণ হয় নে ? আলোচনা কৰা ৷
উত্তৰঃ
- What is Anselm’s argument for the existence of God ? Discuss critically ..
ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় এনছেল্ল্মৰ যুক্তিটো কি ? সমালোচনাসহ আলোচনা কৰা ।
উত্তৰঃ
- Discuss Descartes ‘ argument for the existence of God.
ডেকাৰ্টৰ ঈশ্বৰৰ অস্তিত্ব প্রমাণৰ যুক্তিটো আলোচনা কৰা ।
উত্তৰঃ
9 . Explain the design argument for the existence of God .
ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় পৰিকল্পনামূলক যুক্তিটো ব্যাখ্যা কৰা।
উত্তৰঃ
- Discuss Paley’s analogy of watch . Can he prove the existence of God through this argument?
পেলেৰ ঘড়ীৰ উপমাটো আলোচনা কৰা । তেওঁ এই যুক্তিৰে ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰি পাৰিছে নে?
উত্তৰঃ
- Explain the design argument of William Paley . উইলিয়াম পেলেৰ পৰিকল্পনামূলক যুক্তিটো ব্যাখ্যা কৰা ।
উত্তৰঃ
- Can the existence of God be rationally proved ?
ঈশ্বৰৰ অস্তিত্ব যুক্তি – বিচাৰৰে প্ৰমাণ কৰিব পাৰি নে ?
উত্তৰঃ
13 . Briefly explain the concept of prime mover of the cosmological argument .
বিশ্বতত্ত্বমূলক যুক্তিৰ আদিতম গতিচালকৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰঃ
- Discuss some defects of the ontological argument for the existence of God.
ঈশ্বৰৰ অস্তিত্ব বিষয়ক তত্ত্বমূলক যুক্তিৰ কিছুমান দোষ আলোচনা কৰা ।
উত্তৰঃ
- How did Kant criticise Descartes ‘ ontological argument for the existence of God ? কান্টে ঈশ্বৰৰ অস্তিত্ববিষয়ক ডেকাৰ্টৰ তত্ত্বমূলক যুক্তিক কেনেদৰে সমালোচনা কৰিছে ?
উত্তৰঃ
- Discuss some defects of the cosmological argument for the existence of God .
ঈশ্বৰৰ অস্তিত্ব বিষয়ক বিশ্বতত্ত্বমূলক যুক্তিৰ কিছুমান দোষ আলোচনা কৰা ।
উত্তৰঃ
- Discuss some defects of the teleological argument for the existence of God . ঈশ্বৰৰ অস্তিত্ব বিষয়ক উদ্দেশ্যমূলক যুক্তিৰ কিছুমান দোষ আলোচনা কৰা ।
উত্তৰঃ
- Discuss some defects of the moral argument for the existence of God . ঈশ্বৰৰ অস্তিত্ব বিষয়ক নৈতিক যুক্তিৰ কিছুমান দোষ আলোচনা কৰা ।
উত্তৰঃ
অতি চমু প্রশ্ন ( very short type questions )
- Who are the supporters of ontological argument ? তাত্ত্বিক যুক্তিৰ সমৰ্থকসকল কোন কোন ?
উত্তৰঃ
2 . ” God is a being than which nothing greater can be concieved ” Who is the propounder of this view ?
“ ঈশ্বৰ হ’ল এনে এক সত্তা যাৰ তুলনাত বৃহত্তম বা মহত্তম কোনো কিছুৰ ধাৰণা কৰিব নোৱাৰি ” – এই মতৰ প্ৰৱক্তা কোন ?
উত্তৰঃ
- ” God is a being than which nothing greater can be concieved ” This is the view of teleological / ontological / cosmological argument .
“ ঈশ্বৰ হ’ল এনে এক সত্তা যাৰ তুলনাত বৃহত্তম বা মহত্তম কোনো কিছুৰ ধাৰণা কৰিব নোৱাৰি ” — এই মত উদ্দেশ্যমূলক / তাত্ত্বিক / বিশ্বতত্ত্বমূলক যুক্তিৰ ।
উত্তৰঃ
4 . ” Descartes supports ontological argument for the existence of God ” Is it true !
“ ডেকাৰ্ট ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় তাত্ত্বিক যুক্তিৰ সমৰ্থক ” -এইটো সত্য নে ?
উত্তৰঃ
- Who was the author of ‘ Proslogion ‘ ? “
‘ Proslogion ‘ গ্ৰন্থখনৰ লেখক কোন ?
উত্তৰঃ
6 . Who is the founder of cosmological argument ?
বিশ্বতত্ত্বমূলক যুক্তিৰ প্ৰৱৰ্তক কোন ?
উত্তৰঃ
7 . God is Supremely perfect being’- This definition offered by ._ ( fill in the blank )
“ ঈশ্বৰ পৰম পূর্ণ সত্তা ” -এই সংজ্ঞাটো আগবঢ়াইছে .
উত্তৰঃ
- What is the first cause , according to Aquinas ?
একুইনাচৰ মতে প্রথম বা আদি কাৰণটো কি ?
উত্তৰঃ
- The cosmological argument is also called______ ( fill in the blank ) বিশ্বতত্ত্বমুলক যুক্তিক __ বুলিও কোৱা হয় । ( খালী ঠাই পূৰণ কৰা ) .
উত্তৰঃ
- Who is the supporter of teleological argument ? উদ্দেশ্যমুলক যুক্তিৰ সমৰ্থক কোন ? – ( খালী ঠাই পুৰণ কৰা )
উত্তৰঃ
11 . Teleological argument is also known as_____ ( fill in the blank )
উদ্দেশ্যমূলক যুক্তিক _ বুলিও কোৱা হয় ৷ ( খালী ঠাই পূৰণ কৰা )
উত্তৰঃ
- The analogy of watch offered by_______ ( fill in the blank) ঘড়ীৰ উপমােেটা আগবঢ়াইছে । ( খালী ঠাই পূৰণ কৰা )
উত্তৰঃ
- Who are the supporters of moral argument ?
নৈতিক যুক্তিৰ সমৰ্থকসকল কোন কোন ?
উত্তৰঃ
- Write the name of two critics of the teleological argument for the existence of God .
ঈশ্বৰৰ অস্তিত্ববিষয়ক উদ্দেশ্যমূলক যুক্তিৰ দুগৰাকী সমালোচকৰ নাম লিখা ।
উত্তৰঃ
- What is the Moral Argument for the existence of God ? ঈশ্বৰৰ অস্তিত্ববিষয়ক নৈতিক যুক্তিটো কি ?
উত্তৰঃ
- Write the name of one thinker who is associated with the Moral Argument for the existence of God .
ঈশ্বৰৰ অস্তিত্ব বিষয়ক নৈতিক প্ৰমাণ বা যুক্তিৰ লগত জড়িত এগৰাকী চিন্তাবিদৰ নাম লিখা ।
উত্তৰঃ
- ” God is that than which nothing greater can be thought . ” Who said this ? Write the name of the argument associated with it . of God .
“ ঈশ্বৰ হ’ল এনে এক সত্তা যাৰ তুলনাত বৃহত্তম বা মহত্তম কোনো কিছুৰ ধাৰণা কৰিব নোৱাৰি ” _ এই কথাষাৰ কোনে কৈছে ? এই উক্তিটোৰ লগত জড়িত যুক্তিটোৰ নাম উল্লেখ কৰা ।
উত্তৰঃ
- Write the name of the thinker ( philosopher ) and the argument associated with ” the analogy of the watch maker . ” ঘড়ী নির্মাতাৰ উপমাৰ লগত জড়িত চিন্তাবিদ ( দাৰ্শনিক ) গৰাকী আৰু যুক্তিটোৰ নাম উল্লেখ কৰা ।
উত্তৰঃ
19 ._ was the main propounder of the cosmological argument for the existence _ হ’ল ঈশ্বৰৰ অস্তিত্ববিষয়ক বিশ্বতত্ত্বমূলক যুক্তিৰ মুখ্য প্ৰৱক্তা ।
উত্তৰঃ
- Name the philosopher who criticised Descartes ‘ ontological argument .
ডেকাৰ্টৰ তত্ত্বমূলক বা সত্তাত্মক যুক্তিক সমালোচনা কৰা দার্শনিক গাৰকীৰ নাম লিখা ।
উত্তৰঃ
- Name any two critics of ontological argument for the existence of God . ঈশ্বৰৰ অস্তিত্ব বিষয়ক তত্ত্বমূলক বা সত্তাত্মক যুক্তিৰ দুজন সমালোচকৰ নাম লিখা ।
উত্তৰঃ
22 .’ God is Supremely perfect being’__ Who is associated with this statement ?
“ ঈশ্বৰ পৰম পূর্ণ সত্তা ”__ এই উক্তিটোৰ লগত জড়িত দার্শনিক গৰাকীৰ নাম কি ?
উত্তৰঃ
- What is the Ontological Argument for the existence of God ? ঈশ্বৰৰ অস্তিত্ববিষয়ক তাত্ত্বিক যুক্তিটো কি ?
উত্তৰঃ
- What is the prime mover , according to Acquinas ? একুইনাছৰ মতে , আদিতম গতিচালক কোন ?
উত্তৰঃ
- What is the first cause , according to Acquinas ?
একুইনাছৰ মতে , আদি কাৰণটো কি ?
উত্তৰঃ
- Name the philosopher who supports causal argument . কাৰ্যকাৰণ যুক্তিক সমৰ্থন কৰা দার্শনিক গৰাকীৰ নাম লিখা ।
উত্তৰঃ
- Name one critic of causal argument for the existence of God . ঈশ্বৰৰ অস্তিত্ব বিষয়ক কাৰ্যকাৰণ যুক্তিৰ এজন সমালোচকৰ নাম উল্লেখ কৰা ।
উত্তৰঃ
- Name one critic of cossmological argument for the existence of God .
ঈশ্বৰৰ অস্তিত্ব বিষয়ক বিশ্বতত্ত্বমূলক যুক্তিৰ এজন সমালোচকৰ নাম উল্লেখ কৰা ।
উত্তৰঃ
- Who is the Devine Designer ?
স্বৰ্গীয় পৰিকল্পক কোন ?
উত্তৰঃ
- Name one critic of teleological argument for the existence of God .
ঈশ্বৰৰ অস্তিত্ব বিষয়ক উদ্দেশ্যমূলক যুক্তিৰ এজন সমালোচকৰ নাম উল্লেখ কৰা ।
উত্তৰঃ
- Who is the main propounder of teleological argument ? উদ্দেশ্যমূলক যুক্তিৰ প্ৰধান প্ৰৱক্তা কোন ?
উত্তৰঃ
- What is the Cosmological Argument for the existence of God ?
ঈশ্বৰৰ অস্তিত্ববিষয়ক বিশ্বতত্ত্বমূলক যুক্তিটো কি ?
উত্তৰঃ
- What is the First – cause Argument for the existence of God ? ঈশ্বৰৰ অস্তিত্ববিষয়ক আদি কাৰণ যুক্তিটো কি ?
উত্তৰঃ
- What is the Teleological Argument for the existence of God ? ঈশ্বৰৰ অস্তিত্ববিষয়ক উদ্দেশ্যমূলক যুক্তিটো কি ?
উত্তৰঃ
- What is the Design Argument for the existence of God ? ঈশ্বৰৰ অস্তিত্ববিষয়ক পৰিকল্পনামূলক যুক্তিটো কি ?
উত্তৰঃ
- Who is the chief exponent of moral argument ?
নৈতিক যুক্তিৰ প্ৰধান প্ৰৱক্তা কোন ?
উত্তৰঃ
- Name the philosopher who criticised William Paley’s theory of analogy of watch macker .
উইলিয়াম পেলেৰ ঘড়ী নির্মাতাৰ মতবাদটোক সমালোচনা কৰা দার্শনিক গৰাকীৰ নাম লিখা ।
উত্তৰঃ
- Name the argument which is advocated by Descartes .
ডেকার্টে প্ৰৱৰ্তন কৰা যুক্তিটোৰ নাম লিখা ।
উত্তৰঃ
- Name the argument which is propounded by Anselm . এনছেলমে প্ৰৱৰ্তন কৰা যুক্তিটোৰ নাম লিখা ।
উত্তৰঃ
40 . Name the argument which is propounded by Acquinas . একুইনাছে প্ৰৱৰ্তন কৰা যুক্তিটোৰ নাম লিখা ।
উত্তৰঃ
41 . Name the argument which is advocated by Kant .
কান্টে প্ৰৱৰ্তন কৰা যুক্তিটোৰ নাম লিখা ।
উত্তৰঃ
Type: Krishna Bora