আমাৰ দেশৰ হিচাপ – নিকাচৰ মুদ্ৰাটোৰ নাম কি?

উত্তৰঃ আইনৰ দ্বাৰা স্বীকৃত বাবে ইয়াক বিহিত মুদ্ৰা (Legal Tender money) বুলিও কোৱা হয়। বিহিত মুদ্ৰা দুই প্ৰকাৰৰ। অসীম বিহিত মুদ্ৰা(Unlimited Legal Tender Money)এইবিধ মুদ্ৰাৰ দ্বাৰা যিকোনো পৰিমাণৰ মুল্য পৰিশোধ কৰিব পৰা যা্য়। উদাহৰণ হিছাবে, ভাৰত বৰ্ষত প্ৰচলিত ৫০ পইচা, এটকাৰ ওপৰৰ সকলো মুদ্ৰাকে অসীম বিহিত মুদ্ৰা বোলে।