আনুষ্ঠানিক কাৰ্যকলাপঃ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় সংসদ, ন্যায়পালিকা Institutional Functioning: prime Minister, parliament and Judiciary Unit 3 Chapter 1 Solution | B.A 2nd Semester Political science Question Answer | B.A 2nd Semester Political science Suggestion | B.A 2nd Semester Political science Question Answer Assamese medium | B.A 2nd Semester Political science Notes | অনুষ্ঠানিক কাৰ্যকলাপঃ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় সাংসদ, ন্যায়পালিকা Institutional Functioning prime Minister, parliament and Judiciary পাঠটোৰ প্ৰশ্ন-উত্তৰ

অনুষ্ঠানিক কাৰ্যকলাপঃ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় সাংসদ, ন্যায়পালিকা

Institutional Functioning prime Minister, parliament and Judiciary 

প্ৰশ্নাৱলী

১। ভাৰতীয় সংসদৰ গঠন, ক্ষমতা আৰু কাৰ্যৱলী আলোচনা কৰা। [G.U.2000 (Gen.)]

Discuss the composition, powers and functions of the Union parliament .

উত্তৰঃ

২। লোকসভা গঠন, ক্ষমতা আৰু কাৰ্যৱালী বৰ্ণনা কৰা। (Describe the composition . pow0ers and functions of the Look Sabha (house of people.) [G.U. 2013, 2014 (Gen.)]

উত্তৰঃ 

৩। ৰাজ্যসভাৰ গঠন, ক্ষমতা আৰু কাৰ্যৱলী ব্যাখ্যা কৰা। কি কাৰণত লোকসভাক ৰাজ্যসভাতকৈ ক্ষমতাসম্পন্ন বুলি কোৱা হয়? Explain the composition, powers and functions of the Rajya Sabha (Council of States. on What grounds Lok Sabha is regarded as more powerful the Rajya Sabha. [G.U. 2007 (Gen.)]

উত্তৰঃ

৪। লোকসভাৰ অধ্যক্ষৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। (Discuss the powers and functions of the speaker of the Lok Sabha.)[G.U. 2010(Gen.),2014(Gen.)]

উত্তৰঃ

৫। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ মাজত সম্প্ৰৰ্কৰ বিশেষ উদ্ধৃতি দি  ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰা। (Discuss the powers and functions of the president of India with special reference to the relationship  between the President and the Prime Minister . ) [ GU . 2017 ( M ) 

উত্তৰঃ

৬। কেনে পৰিস্থিতিত ভাৰতৰ ৰাষ্ট্রপতিয়ে জৰুৰী অৱস্থা ঘােষণা কৰিব পাৰে ? ৰাষ্ট্ৰীয় জৰুৰী অৱস্থাৰ ফলশ্রুতি কি ? বর্ণনা কৰা। (Under what circumstances the President of India can declare Emergency ? What are the effects of National Emergency ? Describe . ) [ GU , 2003 ( Gen . ) ] 

উত্তৰঃ

৭। লােকসভা আৰু ৰাজ্যসভাৰ সম্পর্ক আলােচনা কৰা । ( Discuss the relationship between the Lok Sabha and the Rajya Sabha . ) [ GU . 2006 ( M. ) , 2008 ( G ) & D.U. 2006 ) 

উত্তৰঃ

৮। চৰকাৰী আয় – ব্যয়ৰ ওপৰত সংসদৰ নিয়ন্ত্রণ সম্পর্কে এটি টোকা লিখা । Write a note on Parliamentary Control over Government Finance . 

উত্তৰঃ

৯। কেন্দ্রীয় সংসদ সমিতি – ব্যৱস্থা বিশ্লেষণ কৰা । ( Analyse the Committee System of the Union Parliament ) 

উত্তৰঃ

১০। ভাৰতীয় সংসদত বিৰােধী দলৰ ভূমিকাৰ বিষয়ে আলােচনা । Discuss the role of the Opposition Party in the Indian Parliament . [ GU . 2002 ( Gen. ) 

উত্তৰঃ

১১। কেন্দ্রীয় সংসদৰ সৈতে প্রধানমন্ত্রী আৰু ৰাষ্ট্ৰপতিৰ সম্পর্ক আলােচনা কৰা । Discuss the relationship of the President and the Prime Minister with the Union Parliament . 

উত্তৰঃ

১২। ভাৰত ৰাষ্ট্রপতি আৰু সংসদৰ মাজৰ সম্পর্ক পৰীক্ষা কৰা।

 Examine the relationship between the President and the Parliament in India . [ GU . 2016 (M) 

উত্তৰঃ

১৩। সংসদ আৰু কেন্দ্রীয় মন্ত্রীপৰিষদৰ মাজৰ সম্বন্ধৰ এটি চমু টোকা লিখা । ( Write a short note on the relation between the Parliament and the Union Council of Ministers . ) [ GU . 2001 ( General ) 

উত্তৰঃ

১৪। ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি নির্বাচন পদ্ধতি ব্যাখ্যা কৰা । Explain the procedure for the election of the President of India . [GU . 2010 (G) D.U. 2005 ( M )]

উত্তৰঃ

১৫। ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন অক্ষমতাসমূহ আলােচনা কৰা । Discuss the Emergency Powers of the President of India , [ GU.2007 ( M ) , 2013 ( M. & Gen. ) 

উত্তৰঃ

১৬। ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কার্যাবলী বর্ণনা কৰা । ( Describe the powers and functions of the President of India . ) [D.U. 2008 ( M ) 2014 ( Gen . ) GU . 2014 , 2017 ( Gen. ) 

উত্তৰঃ

১৭। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ সাংবিধানিক পদমর্যাদা আলােচনা কৰা। [GU . 2010 ( Gen.) Discuss the Constitutional position of the President of India . 

উত্তৰঃ

১৮। ভাৰতবৰ্ষৰ উপ – ৰাষ্ট্রপতিক কেনেকৈ নির্বাচিত কৰা হয় ? তেওঁৰ ক্ষমতা আৰু কার্যাৱলী কি কি ? ( How is the Vice President of India elected? What are his powers and functions?) [GU , 2007 (Major)] 

উত্তৰঃ

১৯। ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কার্যাৱলীৰ এটি মূল্যায়ন কৰা । Evaluate the powers and functions of the President of India. [D.U. 2008 (G)] 

উত্তৰঃ

২০। ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতাৰ এটি মুল্যায়ন কৰা ।

Make an estimate of the Emergency Powers of the President of India. [G.U.2007(Gen.)]

উত্তৰঃ

২১। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ গঠন আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।

Descuss the organization and functions of Union Council of Ministers [ GU . 2010 ( Gen. )]

উত্তৰঃ

২২। কেন্দ্ৰীয় মন্ত্ৰীপৰিষদ কেনেকৈ গঠন কৰা হয়?ইয়াৰ গুৰুত্ব আলোচনা কৰা। [ GU.’08 ( G ) ]

How is the Union Council of Ministe constituted ? Discuss its importanc.  

উত্তৰঃ

২৩। ৰেন্দ্ৰীয় মন্ত্ৰীসভাৰ ক্ষমতা আৰু কাৰ্যৱালী আলোচনা কৰা।

Discuss the powers and functions of the Union Council of Ministers .

উত্তৰঃ

২৪। ভাৰতবৰ্ষৰ কেবিনেট ব্যৱস্থাৰ বৈশিষ্টসমূহ আলোচনা কৰা ।  Discuss the characteristics of the Cabinet System of India. [D.U.2006 ]

উত্তৰঃ

২৫। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক কেনেকৈ নিয়োগ কৰা হয় ?তেওঁৰ ভূমিকা সম্পৰ্কে আলােচনা কৰা । 

How is the Prime Minister of India appointed ? Discuss his role in the Union Cabinet. [G.U. 2008 (M. & Gen.), 2013 (Gen.); D.U. 2007(M)] 

উত্তৰঃ

২৬। প্রধানন্ত্রী আৰু কেন্দ্রীয় মন্ত্রীপৰিষদৰ মাজৰ সম্পৰ্কৰ বিষয়ে বিশেষ তিনি প্রধানমন্ত্রী ক্ষমতা আৰু কার্যাবলী পৰীক্ষা কৰা ।

(Examine the powers and functions of the Prime Minister with special reference to the relationship between the Prime Minister and the Union Council of Ministers.) [ GU . 2016 ( M ) ] 

উত্তৰঃ

২৭। ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত প্রধানমন্ত্ৰীৰ ভূমিকাৰ বিষয়ে আলােচনা কৰা । 

Discuss the role of Prime Minister of India in the Indian Political System . 

উত্তৰঃ

২৮। প্রধানমন্ত্ৰীৰ সাংবিধানিক পদমর্যাদাৰ বিষয়ে এটি টোকা লিখা।

Write a note on the Constitutional position of the Prime Minister . [ GU.2006,2008 (Gen.)] 

উত্তৰঃ

২৯। হাৰতবৰ্ষৰ প্রধানমন্ত্রী আৰু ৰাষ্ট্ৰপতিৰ মাজত থকা সম্পর্ক আলােচনা কৰা । Discuss the relationship between the Prime Minister and the President of India . 

উত্তৰঃ

৩০। লোকসভাৰ ক্ষমতা আৰু কার্যাবলী বিশ্লেষণ ৰা । ৰাজ্যসভাৰ লগত ইয়াৰ সম্পর্ক উল্লেখ কৰা । ( Analyse the power [ GU . 2006 ( Gen. ) ] and functions of the Lok Sabha . Point out its relationship with Rajya Sabha . ) 

উত্তৰঃ

৩১। যুদ্ধ আৰু অথনৈতিক অস্থিৰতাৰ সমাধানৰ কাৰণে ভাৰতীয় সংবিধানত থকা ব্যৱস্থাৰ ব্যাখ্যা কৰা । ( Explain the constitutional arrangement made in India to tackle the situation caused by the outbreak of war and [ G.U. 2006 ( M ) ] the financial instability 

উত্তৰঃ

৩২। অথবিজৰ সজা দিয়া আৰু ভাৰতৰ সংসদত এই বিষয়াক প্ৰহণৰ পদ্ধতি আলোচনা কৰা । Define Money Bill discuss the procedure of its enactment in Parliament of India ( G.U. 2006 ( Major ) ] 

উত্তৰঃ

৩৩। ৰাজ্যসভাৰ সভাপতিৰূপে ভাৰতৰ উপ – ৰাষ্ট্ৰপতিৰ ভূমিকা সম্পর্কে আলােচনা কৰা । { Discuss the role of Vice – President [ GU 2017 ( M ) [ D.U. 2008 ( 6 ) 

উত্তৰঃ

৩৪। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিভিন্ন ক্ষমতা , কার্যাবলী আৰু সাংবিধানিক পদমর্যাদাৰ পর্যালােচনা কৰা । ( Analyse the powers . of India as the Chairperson of Rajya Sabha . ) functions and constitutional position of the Prime Minister of India . ) 

উত্তৰঃ

৩৫। ভাৰতৰ উপৰাষ্ট্ৰপতিৰ দুটা ক্ষমতা লিখা । ( Write two powers of the Vice – President of India . ) [ GU . 2017 ( Gen. )  

উত্তৰঃ

৩৬। ৰাষ্ট্ৰপতিৰ জৰুৰী অৱস্থা ঘােষণা কৰা ক্ষমতাৰ তিনিটা নীতি সমালােচনা কৰা । Write three criticisms of the imposition of emergency powers by the President , [ GU.2014 (Gen)] 

উত্তৰঃ

৩৭। প্রধানমন্ত্ৰী আৰু মন্ত্ৰীপৰিষদৰ মাজৰ সম্পৰ্ক পৰীশ্ৰা কৰা। মাজৰ সম্পৰ্ক পৰীক্ষা কৰা । Examine the relationship between Prime Miniter and the Council of Ministers . ( G.U. 2017 ( M ) 

উত্তৰঃ

৩৮। ভাৰতীয় ৰাজনৈতিক পদ্ধতিত ৰাজ্যপালৰ মা আলােচনা কৰা।

Discuss the role of the Governor in the Indian political system. [GU. 2017 ( Gen.)] 

উত্তৰঃ

৩৯। চমু টোকা লিখা (Write short notes on): 

(ক) লোকসভাৰ অধ্যক্ষ (Speaker of the Lok Sadha) [GU 2016 (M) 2017 (M)]

উত্তৰঃ

(খ) কেবিনেট কমিটি (Cabinet Cornarraflex)

উত্তৰঃ

(গ) কেবিনেট সচিবালয় (Cabinet Secretariat) 

উত্তৰঃ

(ঘ) ৰাষ্ট্ৰপতি আৰু সংসদৰ মাজৰ সম্পৰ্ক (Relationship between president and parliament.) [GU 207 (M)]

উত্তৰঃ

(ঙ) কেবিনেট সচিব (Cabinet Secretary)

উত্তৰঃ

( চ ) প্রধানমন্ত্ৰীৰ সচিবালয় ( Prime Minister’s Secretariat ) 

উত্তৰঃ

( ছ ) ভাৰতীয় ৰাষ্ট্রপতি অপসাৰণ পদ্ধতি ( GU . 2003 ( Gen. ) ( Procedure of removal of the President of India ) 

উত্তৰঃ

( জ ) লােকসভাৰ ওচৰত মন্ত্রীসভাৰ সামূহিক দায়বদ্ধতা ( Ideals of Indian Constitution ) 

উত্তৰঃ

(ঝ) অধ্যক্ষৰ অপসাৰণ (Removal of the Speaker) [GU 2016 (M)] 

উত্তৰঃ

( ঞ ) ৰাজ্যসভাৰ ক্ষমতা ( Powers of Rajya Sabha ) 

উত্তৰঃ

(ট) ৰাজ্যসভাৰ গঠন ( Composition of the Rajyasabha ) [ GU . 2008 ( M ) , 2013 ( Gen . ) [ GU . 2008 ( M ) 

উত্তৰঃ

(ঠ) মন্ত্রীসভাৰ গােপনীয়তা ( Secrecy of the Cabinet ) [ GU . 2008 ( M) 

উত্তৰঃ

( ড ) সংসদৰ আইন প্রণয়ন পদ্ধতি ( Law making procedure of the Parliament ) 

উত্তৰঃ

( ঢ ) বিধান পৰিষদ ( Legislative Council ) ( GU 2016 ( M ) ) 

উত্তৰঃ

( ণ ) প্রধানমন্ত্ৰীৰ ভূমিকা ( Role of Prime Minister ) [ GU . 2010 ( Gen. ] 

উত্তৰঃ

( ত ) ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতা ( Emergency Powers of President ) 

উত্তৰঃ

(থ) ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ মাজৰ সম্পর্ক [GU 2016 (M)

 Relationship between Governor and the Chief Minister 

উত্তৰঃ

( দ ) কেন্দ্রীয় মন্ত্রীপৰিষদৰ ক্ষমতা ( Powers of the Union Council of Ministers . ) [ GU . 2014 ( Gen. ) ] 

উত্তৰঃ

( ধ ) ভেটো ক্ষমতা মানে কি ? ( What is veto Power ? ) [ GU . 2017 ( Gen ) 

উত্তৰঃ

( ন ) ভাৰতৰ উপৰাষ্ট্ৰপতি ( Vice – President of India ) [ GU 2013 ( Gen. ) , 2016 ( M ) ] 

উত্তৰঃ

৪০। খালী ঠাই পূৰ কৰা ( Fill in the blanks ) [ GU . 2013 ( Gen. ) 

(ক) সংসদ অধিবেশন স্থগিত হৈ থকা সময়চোৱাত ৰাষ্ট্রপতিয়ে               জাৰি কৰিব পাৰে । 

(When he Parliament is not in Session the President can issue          .) 

উত্তৰঃ

( খ ) ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযােগৰ প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে সংবিধান , অনুচ্ছেদ মতে । ( Impcachment proccedings can be instituted against the President under Article of the Constitution . )

উত্তৰঃ

 ৪১। লােকসভাৰ ( অধিৱেশনত ) কোনে সভাপতিত্ব কৰে ? 

Who presides over the Lok Sabha ? [ GU . 2017 ( Gen . ) 

উত্তৰঃ

৪২। ৰাজ্যসভাৰ পদেন সভাপতি কোন ? Who is the ex – officio Chairman of the Rajya Sabha ? [ GU . 2014 ( Gen . ) 

উত্তৰঃ

৪৩। ভাৰতৰ আকস্মিক নিধি সংসদে নিয়ন্ত্রণ কৰে । ( The Parliament controls the Contingency Fund of India . ) ( Write Tage or False ) ( শুদ্ধ নে অশুদ্ধ লিখা ) [ GU . 2017 ( Gen . ) 

উত্তৰঃ

৪৪। মন্ত্রীপরিষদ লােকসভা / উচ্চতম ন্যায়ালয় ৰাষ্ট্ৰপতিৰ ওচৰত দায়বদ্ধ থাকে । ( The Council of Ministers is responsible to the Lok Sabha / Supreme Court President . ) ( Choose the correct answer ) ( শুদ্ধ উত্তৰটো বাছি উলিওৱা ) [ GU . 2017 ( Gen . ) 

উত্তৰঃ

৪৫ । ৰাজ্যসভাৰ প্ৰথম সভাপতিৰূপে কার্যনির্বাহ কৰিছিল । ……. served as the first Chairperson of the | Rajya Sabha . ) ( শুদ্ধ উত্তৰটো বাছি উলিওৱা ) [ GU . 2017 ( M ) ] 

উত্তৰঃ

৪৬। ভাৰতৰ সংসদে অনুসৰণ কৰা আইন প্রণয়ন পদ্ধতি আলােচনা কৰা । ( Discuss the law – making procedure followed by the Indian Parliament . ) [ D.U. 2004 , 2007 ( M ) , GU . 2008 ( 6 ) 

উত্তৰঃ

৪৭। অর্থ – বিধেয়ক কাক বােলে ? অর্থ – বিধেয়ক গ্ৰহণৰ পদ্ধতিৰ বিষয়ে আলােচনা কৰা । What is a Money Bill ? Discuss the procedure followed for passing a Money Bill . ( GU . 2006 ( M ) ] 

উত্তৰঃ

৪৮। ভাৰতত কেনেকৈ বাজেট প্রস্তুত কৰা হয় আমাৰ দেশত বাজেট প্ৰহণৰ পদ্ধতি আলােচনা কৰা । How is the Budget prepared ? Discuss the budgeting procedure of our Country. 

উত্তৰঃ

৪৯। বাজেট গৃহীতকৰণৰ প্ৰক্ৰিয়াৰ বিষয়ে চমু টোকা লিখা । Write short notes on Procedure of passing of Principles . [GU . 2010 (Gen.)

উত্তৰঃ

Type: Ankur Raj Deka