অৰ্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ অর্থনৈতিক বিকাশ হল দেশ এখনৰ জাতীয় আয় আৰু জনমূবি আয় বৃদ্ধি।

অৰ্থনৈতিক উন্নয়নৰ মাপকাঠী হিচাপে কেৱল সৰ্বমুঠ ৰাষ্ট্ৰীয় আয় গ্ৰহণযোগ্য নহয়।