অসমৰ বানপানী সমস্যা কেনেদৰে সমাধান কৰিব পাৰি চমুকৈ আলোচনা কৰা?

উত্তৰঃঅসমৰ বানপানী সমস্যা এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বৃকীতি লাভ কৰিছে। অসমত ভৌগোলিক অৱস্থিতিয়েই বানপানীৰ এটা মূল কাৰণ। ১৯৫০ চনৰ ভূমিকম্পৰ পিচতে ব্ৰহ্মপুত্ৰকে আদি কৰি অন্যান্য কিছুমান নদীৰ তলি বাম হোৱাত তাৰ কাষৰ ঠাই সমূহত বানপানীৰ সৃষ্টি হয়। বানপানীৰ ফলত মানুহৰ খেতি পথাৰৰ বিস্তৰ ক্ষতি সাধন হয়।