অসমীয়া ভাষাৰ বাক্যতত্ত্ব | চতুৰ্থ গোট | B.A 5th Sem অসমীয়া ব্যাকৰম পৰিচয় Question Answer | B.A 5th Sem GU Assamese Medium Question Answer Solution |

 Short Question Answer 

চতুৰ্থ গোটঃ

অসমীয়া ভাষাৰ বাক্যতত্ত্ব 

 প্ৰশ্নাৱলী 

অতিচমু প্ৰশ্ন :

১। ইংৰাজী ‘Syntax’ শব্দটো কি ভাষাৰ পৰা আহিছে ?

২। গঠনৰ ফালৰ পৰা বাক্যক কেইটা ভাগত কৰিব পাৰি।৩। ভাৱৰ ফালৰ পৰা বাক্যৰ ভাগ কেইটা? 
৪। বাক্যত ব্যৱহাৰ হোৱা আসক্তি কি?

৫। বাক্যত ব্যৱহাৰ হোৱা যোগ্যতা কি?

৬। ভাষাৰ বৃহত্তম একক কি?

৭। ৰূপৰ অৱস্থানক কেইটা ভাগত ভাগ কৰিব পাৰি।
৮। সুৰ-লহৰ অনুযায়ী বাক্যৰ অৰ্থৰ পৰিৱৰ্তন হ’ব পাৰেনে?

৯। আন্তঃকেন্দ্রিক গঠন কেইপ্ৰকাৰৰ?

১০। ব্লুমফিণ্ডে অৱয়ব ৰূপৰ অৱস্থানক কেইটা ভাগত ভাগ কৰিছে?
১১। নিকটস্থ অংগত যোগ্যতাৰ প্রয়োজনে?

চমু প্রশ্ন ঃ

১। ব্যাক্যতত্ত্ব কাৰ বোলে? উদাহৰণ দিয়া।

২। গঠনৰ ফালৰ পৰা বাক্যক কি কি ভাগত ভাগ কৰিব পাৰি।

৩। ভাৱৰ ফালৰ পৰা বাক্যক কি কি ভাগত ভাগ কৰিব পাৰি।
৪।‘তেওঁ যি পাৰলৈ গ’ল আৰু তেওঁ যি পাৰ লৈ গ’ল’— বাক্য দুটাৰ অৰ্থ নিৰ্ণয় কৰা।

৫। আন্তঃকেন্দ্রিক গঠন কেইপ্ৰকাৰৰ আৰু কি কি?

৬। বাক্যৰ সমান অধিকাৰ সংযোগ কি?

৭। বাক্যৰ প্ৰতিষ্ঠাপন আৰু প্ৰতিৰূপ প্ৰক্ৰিয়া কি?

৮। নিকটস্থ অংগৰ আসক্তি আৰু যোগ্যতা কি লিখা।

৯। বাক্যৰ বিশিষ্ট কি কি?

ৰচনাধৰ্মী প্রশ্ন :

১। বাক্যতত্ত্ব বুলিলে কি বুজা? গঠনৰ ফালৰ পৰা বাক্যক কেইটা আৰু কি কি কি ভাগত ভাগ কৰিব পাৰি।

২। বাক্য গঠনৰ প্ৰক্ৰিয়াবোৰ বিশ্লেষণ কৰা।

৩। নিকটস্থ অংগ সম্পর্কে আলোচনা কৰা।

৪। খণ্ডবাক্য গঠনৰ নিয়মবোল আলোচনা কৰা।

Type-Bharat kalitaMorigaon Assam