অসম প্ৰদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ ছাৰ চৈয়দ মহম্মদ ছাদুল্লা (ইংৰাজী:২১ মে’ ১৮৮৫ – ৮ জানুৱাৰী ১৯৫৫) অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। স্বাধীনতাৰ আগত ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ তেওঁ মুখ্যমন্ত্ৰী (তেতিয়া প্ৰধানমন্ত্ৰী বোলা হৈছিল) আছিল।