অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত স্থাপিত হোৱা এই বিশ্ববিদ্যালয় খনে অসমত কৃষি শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে।