অভাৱৰ পাৰস্পৰিক সংগতিহীনতা বুলিলে কি বুজা?

উত্তৰঃ এজন ব্যক্তিৰ অভাৱ আন এজন ব্যক্তিৰ অভাৱৰ সৈতে সংগতি নথকাটোৱেই অভাৱৰ পাৰস্পৰিক সংগতিহীনতা বুলি কোৱা হয়।