ZnO ক কিয় উভমূখী অক্সাইড বোলে ?

ZnO উভমূখী অক্সাইড বুলি কোৱা হয় কিয়নো ই এচিড আৰু আধাৰ দুয়োৰে সৈতে প্ৰতিক্ৰিয়া কৰিব পাৰে।