উত্তৰঃ দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাক প্ৰকৃত মুদ্ৰা বোলে।
Month: April 2022
হিচাপৰ মুদ্ৰা বুলিলে কি বুজা?
উত্তৰঃ ভাৰতৰ হিচাপ-নিকাচ ‘টকা’ৰ মানত আৰু আমেৰিকাৰ ‘ডলাৰ’ৰ মানত প্ৰকাশ কৰা হয়। গতিকে ভাৰতৰ টকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰ হৈছে হিচাপৰ মুদ্ৰা। দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাক প্ৰকৃত মুদ্ৰা বোলে। এই মুদ্ৰাৰ জৰিয়তে যাৱতীয় বিনিময় কাৰ্য সম্পাদন কৰা হয়।
ৰাষ্ট্ৰসংঘৰ প্ৰথমজন সচিব প্ৰধানৰ নাম কি?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানৰ নাম আছিল নৰ’ ৱেৰ ট্ৰাইভহাল্ডান লী।
বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম কি?
উত্তৰঃ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম আছিল পৰ্টুগালৰ এনটনিও গুটেৰেছ।