উত্তৰঃ মান মুদ্ৰা হ’ল দেশখনৰ মুদ্ৰাৰ এটা একক।
Month: April 2022
মুদ্ৰা কেই প্ৰকাৰৰ?
উত্তৰঃ মুদ্ৰা দুই প্ৰকাৰৰ।
মুদ্ৰাৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা?
উত্তৰঃ মুদ্ৰাৰ কাৰ্য হ’ল মুদ্ৰা হৈঠছে বিনিময়ৰ মাধ্যয়।
মুদ্ৰাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা?
উত্তৰঃ মুদ্ৰাৰ এটা বৈশিষ্ট্য হ’ল মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা থাকিব লাগিব নহলে ই বিনিময়ৰ মাধ্যম হ’ব নােৱাৰে।