class 10
Month: April 2022
ভাৰতবৰ্ষত প্ৰথমটো বেংক কেতিয়া স্থাপন হৈছিল?
উত্তৰঃ এই আইনৰ বিধান মতে 1935 চনৰ 1 এপ্ৰিলত ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল।
বেংক কি?
উত্তৰঃ বেংক হৈছে এক বিত্তীয় প্ৰতিষ্ঠান যিয়ে ৰাইজৰ পৰা জমা হিচাবে মুদ্ৰা গ্ৰহণ কৰে ঋণ বা বিনিয়োগ কৰা হয়।
ক’লা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ কি?
উত্তৰঃ ক’লা মুদ্ৰাৰ উৎপত্তিৰ কৰণ হ’ল অৰ্থনৈতিক অপৰাধ।