Class 10
Month: April 2022
অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল ?
অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাই আছিল ।
ধনৰ ব্যৱহাৰ পাঠটোত আলমত সত্যনান বৰাৰ গপ্যৰীতিৰ এটি আভাস দিয়া ?
Class 11
কেলছিয়াম,ষ্ট্ৰনছিয়াম আৰু বেৰিয়ামক কিয় মৃত্তিকাক্ষাৰ বুলি কোৱা হয় ?
কেলচিয়াম,ষ্ট্ৰনছিয়াম আৰু বেৰিয়াম উপাদানবোৰক ক্ষাৰীয় পৃথিৱী ধাতু হিচাপে নামাকৰণ কৰা হয় কিয়নো, এই উপাদানবোৰৰ অক্সাইডে পানীত দ্ৰৱীভূত হ’লে মৌলিক ক্ষাৰীয় দ্ৰৱণ প্ৰদান কৰে। এই উপাদানবোৰ পৃথিৱীৰ ভূত্বকত পোৱা যায়, এইকাৰণেই সেইবোৰক মৃত্তিকাক্ষাৰ বুলি কোৱা হয়।